ETV Bharat / state

চিৰাঙত ট্ৰাইবেল বেল্ট আৰু ব্লকৰ ভূমি উচ্ছেদৰ বিৰুদ্ধে সজাগতা সভা - অবড়ো সুৰক্ষা সমিতি

ট্ৰাইবেল বেল্ট আৰু ব্লকৰ মাটি বেদখল মুক্ত কৰিবলৈ দিয়া উচ্চ ন্যায়ালৰ নিৰ্দেশত শংকিত হৈ পৰা ৰাইজৰ উদ্দেশ্য চিৰাঙত সজাগতা সভাৰ আয়োজন, অবড়ো সুৰক্ষা সমিতিৰ লগতে কেইবাটাও সংগঠনৰ ৷

সজাগতা সভা
সজাগতা সভা
author img

By

Published : Jan 6, 2020, 2:51 PM IST

চিৰাং, 6 জানুৱাৰী : ট্ৰাইবেল বেল্ট আৰু ব্লকৰ মাটি উচ্ছেদ কৰিবলৈ দিয়া উচ্চ ন্যায়ালৰ নিৰ্দেশৰ পিচতেই শংকিত হৈ পৰিছে বিটিচিৰ ৰাইজ ৷ সোমবাৰে চিৰাং জিলাৰ পাণবাৰী থানাৰ অন্তৰ্গত ভাংনামাৰী হাইস্কুল খেল পথাৰত এবিএমছু ,বেঙ্গলী ফেডাৰেশ্যন,আমছু, অবড়ো ৰাইজৰ সহযোগত এখন সজাগতা সভা অনুষ্ঠিত হয় ৷ অবড়ো সুৰক্ষা সমিতিৰ উপ সভাপতি কমল পাঠকে সভাপতিত্ব কৰা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে এবিএমছুৰ কাৰ্যকৰী সভাপতি মুক্তাকিন ৰহমানে ৷ বিটিচি চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰাৰ লগতে ভূমি উচ্ছেদক লৈ ৰাইজক শংকিত নহ'বলৈ আহ্বান জনায় মুক্তাকিন ৰহমানে ৷

চিৰাঙত সজাগতা সভা

সভাখনত মূখ্য অতিথি হিচাপে অবড়ো সুৰক্ষা সমিতিৰ প্ৰাক্তন কেন্দ্ৰীয় সম্পাদক জোন দাসৰ লগতে উপস্থিত থাকে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি ৷

লগতে পঢ়ক: জেএনইউ ছাত্ৰ একতা সভা আৰু এবিভিপি সদস্যৰ মাজত প্ৰচণ্ড মাৰপিট

Intro:সমগ্ৰ দেশতে নাগৰিকত্ব সংশোধনি আইনৰ বিৰুদ্ধে তিব্ৰ আন্দোলনৰ মাজতে বিটিচিত ট্ৰাইবেল বেল্ট আৰু ব্লকৰ মাটি বেদখল মুক্ত কৰিবলৈ দিয়া উচ্চ ন্যায়ালয়ে নিৰ্দেশৰ পিছত বিটিচিৰ ৰাইজেই শংকিত হৈ পৰিছে । আজি চিৰাং জিলাৰ পাণবাৰী থানাৰ অন্তৰ্গত ভাংনামাৰী হাইস্কুল খেল পথাৰত এবিএমছু ,বেঙ্গলি ফেডাৰেশন,আমছু, অবড়ো ৰাইজৰ সহযোগত এখন সজাগতা সভা অনুষ্ঠিত কৰে সভাত কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি কমল পাঠকৰ সভাপতিত্বত উদ্দেশ্য ব্যাখ্যা কৰে বিজনী জিলা এবিএমছুৰ কাৰ্যকৰী সভাপতি মুক্তাকিন ৰহমান সভাত ভূমি আৰু ভোটাৰ তালিকাত বিসংগতি কৰাৰ মূল ষড়যন্ত্ৰ চৰকাৰে কৰিছে আৰু বিটিচি চৰকাৰ তীব্ৰ ভাষাৰে সমালোচনা কৰে লগতে ভূমি উচ্ছেদকলৈ ৰাইজক শংকিত নহবলৈ আহব্বান জনাই। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে জোন দাস উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ সন্মান জনাই কয় বিটিচিৰ নামত কেতিয়াবা অবড়ো ৰাইজক হত্যা কৰা হয় কেতিয়াবা আকৌ ঘৰ জ্বলাই দিয়া হয় আৰু এইবাৰ অবড়ো ৰাইজক উচ্ছেদ কৰি ৰাম দেবক মাটি দিব বিছাৰিছে চৰকাৰে কোনোপধ্যেই এই ভূমি উচ্ছেদ কৰিব নোৱাৰে তাৰ কাৰণে অবড়ো ৰাইজে জোন দাসৰ নেতৃত্বত উচ্চ ন্যায়ালয়ৰ কাষ চাপিব বুলি সংবাদ মাধ্যমৰ আগত জনাই। সভাত উপস্থিত থাকে এবিএমছুৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক আব্দুছ ছামাদ আহমেদ বিজনী জিলা এবিএমছুৰ শিক্ষা সম্পাদক মেহিদী আলম পাণবাৰী আঞ্চলিক এবিএমছুৰ সভাপতি আবুতালেব আহমেদ, সম্পাদক তৌফিকুৰ ৰহমান,কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক অজয় ৰায়, বিজনী অবড়ো সুৰক্ষা সমিতিৰ সভাপতি ওমা চৰন চৌধুৰী, কাৰ্যকৰী সভাপতি বিশ্বজিত ৰায়,মুখ্য উপদেষ্টা প্ৰমোদ ৰায়,বিজনী জিলা সমিতিৰ সম্পাদক আব্দুল আজিজ লগতে অঞ্চলৰ সহস্রাধিক ৰাইজে উপস্থিত থাকে।

বাইট দিলো ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।

Body:সমগ্ৰ দেশতে নাগৰিকত্ব সংশোধনি আইনৰ বিৰুদ্ধে তিব্ৰ আন্দোলনৰ মাজতে বিটিচিত ট্ৰাইবেল বেল্ট আৰু ব্লকৰ মাটি বেদখল মুক্ত কৰিবলৈ দিয়া উচ্চ ন্যায়ালয়ে নিৰ্দেশৰ পিছত বিটিচিৰ ৰাইজেই শংকিত হৈ পৰিছে ।

Conclusion:সমগ্ৰ দেশতে নাগৰিকত্ব সংশোধনি আইনৰ বিৰুদ্ধে তিব্ৰ আন্দোলনৰ মাজতে বিটিচিত ট্ৰাইবেল বেল্ট আৰু ব্লকৰ মাটি বেদখল মুক্ত কৰিবলৈ দিয়া উচ্চ ন্যায়ালয়ে নিৰ্দেশৰ পিছত বিটিচিৰ ৰাইজেই শংকিত হৈ পৰিছে ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.