বঙাইগাঁও,15 নৱেম্বৰঃ গুৱাহাটীৰ মালিগাঁৱৰ আনন্দ নগৰৰ নিজ গৃহৰ পৰা ২ নৱেম্বৰৰ পৰা নিৰুদ্দেশ হৈ আছিল 7 বছৰীয়া শিশু এজন। অৱশেষত বঙাইগাঁৱত ৰে'ল আৰক্ষীয়ে শিশুটিক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷
বঙাইগাঁও ৰে'ল আৰক্ষীয়ে উদ্ধাৰ কৰিলে চিৰাঙৰ নিৰুদ্দিষ্ট ৭ বছৰীয়া শিশু - Railway police
২ নৱেম্বৰৰ পৰা নিৰুদ্দেশ হৈ থকা শিশুটিক উদ্ধাৰ কৰে বঙাইগাঁও ৰে'ল ষ্টেচনৰ পৰা ৰেল আৰক্ষীয়ে ৷ ইতিমধ্যে পৰিয়ালৰ লোকক গতাই দিয়ে শিশুটিক ৷
বঙাইগাঁও ৰে'ল আৰক্ষীয়ে উদ্ধাৰ কৰিলে চিৰাঙৰ নিৰুদ্দিষ্ট ৭ বছৰীয়া শিশু
বঙাইগাঁও,15 নৱেম্বৰঃ গুৱাহাটীৰ মালিগাঁৱৰ আনন্দ নগৰৰ নিজ গৃহৰ পৰা ২ নৱেম্বৰৰ পৰা নিৰুদ্দেশ হৈ আছিল 7 বছৰীয়া শিশু এজন। অৱশেষত বঙাইগাঁৱত ৰে'ল আৰক্ষীয়ে শিশুটিক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷
Intro:শিশু দিৱসৰ দিনাই নিৰুদ্দেশ শিশুয়ে ঘুৰাই পালে ঘৰৰ ঠিকনা ।
Body:কালি শিশু দিৱস উদযাপন হৈ থকাৰ মাজতে ঘৰৰ পৰা নিৰুদ্দেশ হোৱা এগৰাকী ৭ বছৰীয়া শিশুৰ পৰিয়ালক বিচাৰি উলিয়াবলৈ সক্ষম হয় বঙাইগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ স্বেচছা সেৱী শুভংকৰ বৰুৱাই। যোৱা ২ নৱেম্বৰৰ পৰা গুৱাহাটীৰ মালিগাঁও এলেকাৰ আনন্দ নগৰৰ নিজ গৃহৰ পৰা নিৰুদ্দেশ হৈ আছিল শিৱম বৰুৱা। পিতৃ খোকন বৰুৱাই পিছদিনা আৰক্ষীক তেওঁৰ সন্তান নিৰুদ্দেশ হোৱাৰ খবৰ লিখিত ভাৱে জনাইছিল। ইফালে বঙাগাঁও ৰেল ষ্টেচনৰ পৰা ৰেলৱে আৰক্ষীয়ে শিৱমক যোৱা ১১ নৱেম্বৰত উদ্ধাৰ কৰি বঙাইগাঁও চহৰৰ কাষৰে বৰ্ষণ গাঁৱৰ প্ৰেৰণা শিশু গৃহক জিলা শিশু সুৰক্ষা গোটৰ জৰিয়তে চমজাই দিয়ে। আজি শিশু দিৱস উপলক্ষে যেতিয়া বঙাইগাঁও ন্যায়িক আদালতৰ জিলা আৰু সত্ৰ ন্যয়াধীশ বিনোদ কুমাৰ ছেত্ৰী আৰু বঙাইগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ সচিব চিপি তালুকদাৰে প্ৰেৰণা শিশু গৃহত উপস্থিত হয় শিশুসকলৰ মাজত গৰম কাপোৰ আৰু মিঠাই বিতৰণৰ বাবে সেই সময়ত শিৱমৰ বিষয়ে জানিব পাৰি স্বেচ্ছা সেৱী শুভংকৰক জনায়।
বাইট: ১/শিৱমৰ মাতৃ
বাইট:২/জিলা আইন সেৱা প্ৰাধিকাৰীৰ সচিব চিপি তালুকদাৰ
Conclusion:শুভংকৰে অৱশেষত শিৱমৰ ঘৰৰ ঠিকনা উদ্ধাৰ কৰি ন্যায়াধীশ ছেত্ৰী আৰু সচিব তালুকদাৰক অৱগত কৰাত তেওঁলোকে শিৱমৰ অভিভাৱকৰ সৈতে যোগাযোগ কৰি শিৱমক নিবলৈ বঙাইগাঁৱলৈ মাতে। শিৱমৰ পৰিয়ালৰ লোকে কালি নিশা বঙাইগাঁৱলৈ আহি শিৱমক লৈ যায়।
বঙাইগাঁওৰ পৰা আব্দুল মালেক আহমেদ ।।