ETV Bharat / state

বঙাইগাঁৱত ৰাজ্যিক পৰ্যায়ৰ বক্সিং প্ৰতিযোগিতা - প্ৰতিযোগিতা

মূলাগাঁৱত আজিৰে পৰা দুদিনীয়াকৈ অনুষ্ঠিত হৈছে ষষ্ঠ অসম ৰাজ্যিক বক্সিং মুকলি প্ৰতিযোগিতা ৷ প্ৰতিযোগিতাত ৰাজ্যৰ ১০ খন জিলাৰ দুই শতাধিক খেলুৱৈৱে অংশগ্ৰহণ কৰে ।

বঙাইগাঁৱৰ মূলাগাঁৱত ষষ্ঠ অসম ৰাজ্যিক বক্সিং মূকলি প্ৰতিযোগিতা
author img

By

Published : Jun 1, 2019, 8:44 PM IST

চিৰাং, ১ জুনঃ বঙাইগাঁও চহৰৰ নিকটৱৰ্তী মূলাগাঁৱত আজিৰে পৰা দুদিনীয়াকৈ অনুষ্ঠিত হৈছে ষষ্ঠ অসম ৰাজ্যিক বক্সিং মুকলি প্ৰতিযোগিতা ৷ প্ৰতিযোগিতাত ৰাজ্যৰ ১০ খন জিলাৰ দুই শতাধিক খেলুৱৈৱে অংশগ্ৰহণ কৰে ।

বঙাইগাঁৱৰ মূলাগাঁৱত ষষ্ঠ অসম ৰাজ্যিক বক্সিং মূকলি প্ৰতিযোগিতা

অসম ৰাজ্যিক কিক্ বক্সিং সংস্থা আৰু বঙাইগাঁও জিলা কিক বক্সিং সংস্থাৰ উদ্যোগত অনুষ্ঠিত হয় ষষ্ঠ অসম ৰাজ্যিক বক্সিং মুকলি প্ৰতিযোগিতা ৷ প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে মুকলি কৰে বঙাইগাঁও জিলাৰ উপায়ুক্ত আদিল খানে ৷ লগতে প্ৰতিযোগিতাৰ পতাকা উত্তোলন কৰে কমলেশ্বৰ বৰুৱাই । ছহিদ তৰ্পণ কৰে মূলাগাঁও গাঁও পঞ্চায়তৰ সভানেত্ৰী কুহিলা সৰকাৰ আৰু শিক্ষাবিদ ৰুদ্ৰেশ্বৰ পাঠকে ৷ একেদৰে বঙাইগাঁৱৰ প্ৰাক্তন বিধায়ক মথুৰা মোহন সিংহৰ প্ৰতিমূৰ্তিত আৰক্ষী অধীক্ষক সুবোধ কুমাৰ সোণোৱালে বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জনায় ৷

Slug :   As_Chg_1st jun_805 & 806_Bongaigaon kick boxing_viz & byte_Abdul Maleque Ahmed. 

Send by ftp. 

বঙাইগাঁৱৰ মূলাগাঁৱত আৰম্ভ । ষষ্ঠ অসম ৰাজ্যিক কিক বক্সিং মূকলি প্ৰতিযোগিতা। বঙাইগাঁও চহৰৰ নিকটৱৰ্তী মূলাগাঁৱত আজিৰে পৰা ২ জুনলৈ দুদিনীয়া কৈ অনুষ্ঠিত হৈছে ষষ্ঠ অসম ৰাজ্যিক কিক বক্সিং মুকলি প্ৰতিযোগিতা ৷ অসম ৰাজ্যিক কিক বক্সিং সন্থাৰ উদ্যোগত অাৰু কিক বক্সিং সন্থা, বঙাইগাঁৱৰ সহযোগত অনুষ্ঠিত হোৱা এই ৰাজ্যিক ভিত্তিৰ প্ৰতিযোগিতাখন আজি অানুষ্ঠানিকভাৱে মুকলি কৰে বঙাইগাঁও জিলাৰ উপাযুক্ত আদিল খানে ৷ ইয়াৰ পূৰ্বে মূলাগাঁও বীণাপাণি সামূহিক কেন্দ্ৰত  আয়োজক বঙাইগাঁও কিক বক্সিং সন্থাৰ সভাপতি প্ৰভাত বৈষ্ণৱ, আদৰণী সমিতিৰ সভাপতি প্ৰমোদ চন্দ্ৰ ৰাভা আৰু সদৌ অসম কিক বক্সিং সন্থাৰ কাৰ্যকৰী সভাপতি কমলেশ্বৰ বৰুৱাই পতাকা উত্তোলন কৰে ৷ ছহিদ তৰ্পণ মুকলি কৰে মূলাগাঁও গাঁও পঞ্চায়তৰ সভানেত্ৰী কুহিলা সৰকাৰ আৰু শিক্ষাবিদ ৰূদ্ৰেশ্বৰ পাঠকে ৷ একেদৰে বঙাইগাঁৱৰ প্ৰাক্তন বিধায়ক মথুৰা মোহন সিংহৰ প্ৰতিমূৰ্তিত জিলা আৰক্ষী অধীক্ষক সুবোধ কুমাৰ সোণোৱালে বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জনায় ৷
এই ৰাজ্যিক ভিত্তিৰ কিক বক্সিং প্ৰতিযোগিতাত ৰাজ্যৰ ১০ খন জিলাৰ দুই শতাধিক গৰাকী খেলুৱৈয়ে অংশ লৈছে ৷ কাৰিকৰী দিশত থাকিব ২৫ গৰাকী বিষয়া-কৰ্মী আছে ৷ উল্লেখ্য যে কালি সন্ধিয়া মূলাগাঁও লালবাহাদুৰ শাস্ত্ৰী বিদ্যাপীঠত প্ৰতিযোগিতাৰ শিবিৰ মূকলি কৰে বঙাইগাঁও জিলাৰ উপ-আৰক্ষী অধীক্ষক মৈত্ৰেয়ী ডেকাই ৷ লক্ষণীয় যে, প্ৰতিযোগিতাখন প্ৰথম বাৰৰ বাবে 'ৰিঙত' অনুষ্ঠিত হৈছে ৷

বাইট : কিকবক্সিং সন্থাৰ উপ সভাপতি । 

প্ৰেৰক : আব্দুল মালেক আহমেদ , চিৰাং…
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.