ETV Bharat / state

11 বজাৰ শীৰ্ষ 10 টা বাতৰি - TOP 10 @ 11 AM

11 বজাৰ শীৰ্ষ 10 টা বাতৰি

TOP 10 @ 11 AM
11 বজাৰ শীৰ্ষ 10 টা বাতৰি
author img

By

Published : Apr 3, 2022, 11:00 AM IST

ভাৰতত দেখা গ’ল ৰমজানৰ চন্দ্ৰ : আজিৰে পৰা পবিত্ৰ ৰোজা

শনিবাৰে সন্ধিয়া ভাৰতত প্ৰত্যক্ষ কৰা হয় ৰমজানৰ প্ৰথমটো চন্দ্ৰ(Ramzan started from Saturday in India) ৷ উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌত দেখা যায় ৰমজানৰ চন্দ্ৰ ৷

Women's World Cup 2022 Final: সমুখ সমৰত ইংলেণ্ড-অষ্ট্ৰেলিয়া

মহিলা ক্ৰিকেট বিশ্বকাপৰ ফাইনেল 2022ত আজি সমুখ সমৰত ইংলেণ্ড আৰু অষ্ট্ৰেলিয়া(Women's World Cup 2022 Final) ৷ অষ্ট্ৰেলিয়াই ছেমি ফাইনেলত ৱেষ্ট ইণ্ডিজক আৰু ইংলেণ্ডে ছেমি ফাইনেলত দক্ষিণ আফ্রিকাক পৰাস্ত কৰি ফাইনেলত নিজৰ স্থান নিশ্চিত কৰে ৷

মহাবিস্ফোৰণ: ৰিপুণ বৰাৰ পৰা ১ কোটি ৬০ লাখ লৈছিল AIUDF এ

ৰাজ্যসভা নিৰ্বাচন শেষ হ'ল । বিজেপিয়ে দুয়োজন বিজয়ী প্ৰাৰ্থীক গামোচা পিন্ধাই অভিনন্দনো জনালে । কিন্তু নিৰ্বাচনৰ পাৰ্শ্চক্ৰিয়া এতিয়াও মাৰ যোৱা নাই কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ আভ্যন্তৰত । প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি কমলাক্ষ্য দে' পুৰকায়স্থই শনিবাৰে ঘটালে আন এক মহাবিস্ফোৰণ (kamalakhya dey purkayastha's controversial statement against AIUDF) । তেওঁ কয় যে, ৰিপুণ বৰাক প্ৰাৰ্থিত্ব দিয়া হৈছিল এআইইউডিএফে বিচৰাৰ বাবেহে । ইয়াৰ বিনিময়ত ৰিপুণ বৰাৰ পৰা এ আই ইউ ডি এফে লৈছিল ১ কোটি ৬০ লাখ টকা ।

Firing in Arunachal Pradesh: সেনাৰ গুলীত আহত অৰুণাচলৰ দুই নিৰপৰাধী যুৱক

মাছ ধৰিবলৈ যোৱা দুই যুৱকৰ ওপৰত গুলীচালনা সেনাৰ ৷ আহত হয় দুজন নিৰীহ যুৱকৰ । অৰুণাচলৰ টিৰাপ জিলাৰ কাছগাঁৱত সংঘটিত হয় এই ঘটনা (Youth injured in firing by Indian Army) ৷

APSC কেলেংকাৰী : ন্যায়াধীশ শৰ্মা আয়োগে দাখিল কৰিলে প্ৰতিবেদন

যোৱা সময়চোৱাত অসম লোকসেৱা আয়োগত সংঘটিত বিয়াগোম নিযুক্তি কেলেংকাৰীৰ ন্যায়িক তদন্তৰ প্ৰতিবেদন শনিবাৰে ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগে চৰকাৰক দাখিল কৰে । জানো আহক ন্যায়াধীশ শৰ্মাই ইটিভি ভাৰতক এই সন্দৰ্ভত কি ক’লে (justice Biplab kumar Sarma on APSC scam) ৷

ৰাজ্যৰ ‍১২৬ টা সমষ্টিত আদৰ্শ বিদ্যালয় স্থাপনৰ ঘোষণা মুখ্যমন্ত্রীৰ

কলাক্ষেত্ৰত নৱনিৰ্মিত চাহ বাগিচা আদৰ্শ হাইস্কুলসমূহৰ অধ্যক্ষ আৰু শিক্ষকসকলৰ বাবে আয়োজন কৰা শৈক্ষিক কৰ্মশালাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । ২২ খন আদৰ্শ হাইস্কুল অহা বছৰৰ পৰা কাৰ্যকৰীকৰণ কৰাৰ লগতে ৮১ খন অতিৰিক্ত আদৰ্শ হাইস্কুল স্থাপন কৰাৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে (Himanta Biswa Sarma declares establishment of model school)।

Fuel price hike continuously : প্ৰতিদিনে ঊৰ্ধমুখী ইন্ধনৰ মূূল্য

আকৌ বাঢ়িল ইন্ধনৰ মূল্য (Fuel price hike) । যোৱা প্ৰায় দুসপ্তাহত প্ৰতিদিনে বাঢ়ি আছে পেট্ৰ'ল-ডিজেলৰ মূল্য । দেওবাৰে পুনৰ ৮০ পইচাকৈ প্ৰতি লিটাৰ পেট্ৰ'ল-ডিজেলত মূল্য বৃদ্ধি ঘটে । ২২ মাৰ্চৰ পৰা মুঠ ১০ বাৰকৈ বৃদ্ধি পালে ইন্ধনৰ মূল্য ।

Birbhum killings : গ্ৰেপ্তাৰ হোৱা 9 জনৰ ফৰেনচিক মনস্তাত্ত্বিক মূল্যায়ন কৰিব চিবিআয়ে

পশ্চিমবংগৰ বীৰভূম হত্যাকাণ্ডৰ(Birbhum killings) তদন্ত অব্যাহত ৰাখিছে চিবিআয়ে ৷ চিবিআয়ে গ্ৰেপ্তাৰ কৰা 9 জন অভিযুক্তৰ ফৰেনচিক মনস্তাত্ত্বিক মূল্যায়ন(CBI to conduct forensic psychological assessment in Birbhum killings) কৰাৰ সিদ্ধান্ত লৈছে ৷ তদুপৰি নৰসংহাৰৰ সময়ত মৃত্যু হোৱা আন আঠজন লোকৰ নমুনাও DNA পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হ’ব ৷

দুষ্টচক্ৰৰ মূৰৰ কামোৰণি হৈ পৰিছে মৈৰাবাৰী আৰক্ষী

মৈৰাবাৰী আৰক্ষীৰ অপৰাধমূলক কাৰ্যকলাপ(Moirabari police against all illegal activities)ৰ বিৰুদ্ধে অভিযান অব্যাহত ৷ চৰকাৰে লোৱা কঠোৰ পদক্ষেপৰ প্ৰতি সঁহাৰি জনাই মৰিগাঁও জিলাৰ মৈৰাবাৰী আৰক্ষীয়ে অঞ্চলটোত তীব্ৰ অভিযান চলাই আহিছে ৷

চিৰাজউদ্দিন আজমলক বিধায়ক পদ ত্যাগ কৰিবলৈ দাবী জনালে আছুই

যমুনামুখ সমষ্টিৰ বিধায়ক চিৰাজউদ্দিন আজমলে অসমীয়া ভাষাক লৈ তুচ্চ্য তাচ্চিল্য কৰাক (Sirajuddin Ajmals insult to Assamese language)লৈ সৰৱ হৈ পৰিছে হোজাই জিলা ছাত্ৰ সন্থা ৷ ইয়াকেলৈ বিধায়ক গৰাকীক বিধায়ক পদৰ পৰা অব্যাহতি লবলৈয়ো দাবী জনাইছে হোজাই জিলা ছাত্ৰ সন্থাই (AASU demands resignation from MLA Sirajuddin Ajmal) ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.