ETV Bharat / state

মোডী মুৰ্দাবাদ,বিজেপি মুৰ্দাবাদ ধ্বনিৰে কংগ্ৰেছৰ প্ৰতিবাদ

author img

By

Published : May 6, 2019, 4:47 PM IST

প্ৰধানমন্ত্ৰী মোডীয়ে ৰাজীৱ গান্ধীক লৈ কৰা মন্তব্যক লৈ গৰজি উঠিল অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সদস্য ৷ ৰাজীৱ ভৱনৰ সন্মুখত সাব্যস্ত কৰিলে প্ৰতিবাদ ৷

গুৱাহাটীত কংগ্ৰেছৰ প্ৰতিবাদ

গুৱাহাটী, 6 মে': গুৱাহাটীৰ ৰাজীৱ ভৱনৰ সন্মুখত কংগ্ৰেছৰ প্ৰতিবাদ ৷ নিৰ্বাচনী প্ৰচাৰ সভাত প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীক লৈ প্ৰধানমন্ত্ৰী মোডীয়ে কৰা মন্তব্যক লৈ গৰজি উঠিল অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সদস্যসকল ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী মুৰ্দাবাদ,বিজেপি মুৰ্দাবাদ ধ্বনিৰে সাব্যস্ত কৰিলে প্ৰতিবাদ ৷

গুৱাহাটীত কংগ্ৰেছৰ প্ৰতিবাদ

ইপিনে নিৰ্বাচন আয়োগৰ নীতি নিয়মক ভেঙুচালি কৰি নিৰ্বাচনী প্ৰচাৰ সভাত ৰাইজক আকৰ্ষণ কৰিবলৈয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰে মোডীয়ে বিৰোধী দলৰ নেতাসকলক ব্যক্তিগত আক্ৰমণ কৰি আহিছে বুলি মন্তব্য বিৰোধী দলপতি দেবব্ৰত শইকীয়াৰ ৷ লগতে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক এগৰাকী ভ্ৰষ্টাচাৰী বুলি মোডীয়ে কৰা মন্তব্য উভতি ধৰি ৰাজীৱ গান্ধীৰ ওপৰত চি বি আইয়ে তৰা গোচৰৰ পৰা দোষমুক্ত হৈছিল বুলিও প্ৰধানমন্ত্ৰীগৰাকীক মনত পেলাই দিয়ে দেবব্ৰত শইকীয়াই ৷

A_GHY_6MAR_802_APCC_PROTEST_VIS_AKASH
মহানগৰীৰ ৰাজীৱ ভৱনৰ সন্মুখত কংগ্ৰেছৰ প্ৰতিবাদ। প্ৰধান মন্ত্ৰী মোডীৰ বিৰুদ্ধে এই প্ৰতিবাদ কংগ্ৰেছৰ । প্ৰধানমন্ত্ৰী গৰাকীয়ে  নিৰ্বাচনী প্ৰচাৰত  ৰাজীৱ গান্ধী সন্দৰ্ভত অসুভনীয় মন্তব্য কৰাৰ বাবে   প্ৰতিবাদ  সাব্যস্ত। কংগ্ৰেছৰ অভিযোগ নিৰ্বাচনত আয়োগৰ নীতি নিয়ম অমান্য কৰি মোদীয়ে এটাৰ পিছত আনটো মন্ত্যব কৰি আহিছে কিন্তু এতিয়াও নীৰৱ হৈ আছে নিৰ্বাচনী আয়োগ । ৰাজীৱ গান্ধীক লৈ কৰা মন্তব্য গ্ৰহণযোগ্য নহয় । ইয়াৰ উত্তৰ আগন্তক সময়ত ৰাইজে দিব মোদীয়ে । 

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.