ETV Bharat / state

কাগজ কলৰ কৰ্মচাৰীৰ আত্মহত্যাৰ বাবে দায়ী প্ৰধানমন্ত্ৰীঃ অসম সংগ্ৰামী মঞ্চ - HPC

বুধবাৰে এক সংবাদমেলযোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ওপৰত গুৰুতৰ অভিযোগ উত্থাপন কৰে অসম সংগ্ৰামী মঞ্চই ৷

কাগজ কলৰ কৰ্মচাৰীৰ আত্মহত্যাৰ বাবে দায়ী প্ৰধানমন্ত্ৰী
author img

By

Published : May 1, 2019, 9:36 PM IST

গুৱাহাটী, 1 মেঃ জাগীৰোড কাগজ কলৰ কৰ্মচাৰীৰ আত্মহত্যাৰ বাবে দায়ী প্ৰধানমন্ত্ৰী মোডী। জাগীৰোড আৰু কাছাৰ কাগজ কল ধ্বংস কৰি বিক্ৰী কৰাৰ ষড়যন্ত্ৰ কৰিছে কেন্দ্ৰীয় চৰকাৰে। এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অসম সংগ্ৰামী মঞ্চই।

কাগজ কলৰ কৰ্মচাৰীৰ আত্মহত্যাৰ বাবে দায়ী প্ৰধানমন্ত্ৰী

বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেলযোগে এই অভিযোগ কৰে সংগঠনটোৱে৷ বিজেপি দলে ভিজন ডকুমেন্টত মৃতপ্ৰায় উদ্যোগ সমূহ পুনৰ কাৰ্যক্ষম কৰাৰ কথা উল্লেখ কৰিছিল। বিধানসভা অধিবেশনতো বিভাগীয় মন্ত্ৰীয়ে কাগজ কল দুটা পুনৰ জীয়াই তোলা হ'ব বুলি অৱগত কৰিছিল। কিন্তু ইমানৰ পিচটো কৰ্মচাৰীয়ে আত্মহত্যা কৰিবলগীয়া হ'ল। গতিকে ইয়াৰ বাবে চৰকাৰেই দায়ী বুলি সংবাদমেলত সৰৱ হয় সংগঠনটোৰ নেতৃত্ব।

Intro:জাগীৰোড কাগজ কলৰ কৰ্মচাৰীৰ আত্মহত্যাৰ বাবে দায়ী প্ৰধানমন্ত্ৰী মোডী । মোডীয়ে জাগীৰোড আৰু কাছাৰ কাগজ কল ধ্বংস কৰি বিক্ৰী কৰাৰ ষড়যন্ত্ৰ কৰিছে কেন্দ্ৰীয় চৰকাৰে । এই অভিযোগ অসম সংগ্ৰামী মঞ্চৰ । বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেলত এই অভিযোগ কৰে সংগঠনটোৱে ।বিজেপি দলে ভিজন ডকুমেন্টত মৃতপ্ৰায় উদ্যোগ সমূহ পুনৰ কাৰ্যক্ষম কৰাৰ কথা উল্লেখ কৰিছিল । বিধানসভা অধিবেশনতো বিভাগীয় মন্ত্ৰী য়ে কাগজ কল দুটা পুনৰ জীয়াই তোলা হব বুলি অৱগত কৰিছিল । কিন্তু ইমানৰ কৰ্মচাৰীয়ে আত্মহত্যা কৰিবলগীয়া হল ।গতিকে ইয়াৰ বাবে চৰকাৰেই দায়ী বুলি সংবাদমেলত সৰৱ হয় সংগঠনটোৰ নেতৃত্ব ।

Body:লিপিকা ডেকা

Conclusion:গুৱাহাটী

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.