ETV Bharat / state

পুনৰ হ্ৰাস পালে পেট্ৰ'ল-ডিজেলৰ মূল্য

author img

By

Published : Jun 15, 2019, 11:32 AM IST

Updated : Jun 18, 2019, 10:57 AM IST

শনিবাৰে ৰাজ্যত পুনৰ হ্ৰাস পালে পেট্ৰ'ল আৰু ডিজেলৰ মূল্য। পেট্ৰ'ল আৰু ডিজেলৰ মূল্য হ্ৰাস পাই ক্ৰমে ৬৯.৫০ টকা আৰু ৬৪.৩২ টকা হ'লগৈ।

পুনৰ হ্ৰাস পালে পেট্ৰল - ডিজেলৰ মূল্য

গুৱাহাটী, ১৫ জুন : শনিবাৰে ৰাজ্যত পুনৰ হ্ৰাস পালে পেট্ৰ'ল আৰু ডিজেলৰ মূল্য । শনিবাৰে তৃতীয় দিনালৈ পেট্ৰ'ল আৰু ডিজেলৰ মূল্য হ্ৰাস পালে ক্ৰমে ২০ আৰু ২৫ পইচাকৈ । গুৱাহাটী মহানগৰীত বৰ্তমান পেট্ৰ'লৰ মূল্য ৬৯.৫০ টকা আৰু ডিজেলৰ মূল্য ৬৪.৩২ টকা হ'লগৈ ।

Intro:আজি পুনৰ হ্ৰাস পালে গুৱাহাটীত পেট্ৰল আৰু ডিজেলৰ মূল্য।

Body:আজি তৃতীয় দিনাও হ্ৰাস পালে পেট্ৰল আৰু ডিজেলৰ মূল্য। আজি পেট্ৰলত ২০ পইচা আৰু ডিজেলত ২৫ পইচা হ্ৰাস পালে। আজি গুৱাহাটী মহানগৰীত পেট্ৰল আৰু ডিজেলৰ মূল্য পেট্ৰলত ৬৯.৫০ (69.50) টকা আৰু ডিজেল ৬৪.৩২ (64.32) টকা।

Conclusion:Asrar Ansari
গুৱাহাটী
Last Updated : Jun 18, 2019, 10:57 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.