ETV Bharat / state

দুদিনীয়া ভ্ৰমণসূচীৰে অৰুণাচল আৰু নাগালেণ্ডলৈ ইষ্টাৰ্ণ কামাণ্ডৰ কামাণ্ডাৰ এম এম নাৰাভানে

author img

By

Published : Jun 6, 2019, 12:18 AM IST

ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কামাণ্ডৰ জেনেৰেল অফিচাৰ কামাণ্ডিং ইন চীফ এম এম নাৰাভানে পৰিভ্ৰমণ কৰে সেনা আৰু আছাম ৰাইফলছৰ শিৱিৰ ৷ দুদিনীয়া ভ্ৰমণসূচীৰে নাগালেণ্ড আৰু অৰুণাচলৰ সেনা আৰু আছাম ৰাইফলছৰ ছাউনীত উপস্থিত হয় প্ৰথম শ্ৰেণীৰ সেনা বিষয়াগৰাকী ৷

জেনেৰেল অফিচাৰ কামাণ্ডিং ইন চীফ এম এম নাৰাভানে

নিউজ ডেস্ক, 5 জুনঃ দুদিনীয়া ভ্ৰমণসূচীৰে পূৰ্বোত্তৰৰ সীমান্তৱৰ্তী সেনা আৰু আছাম ৰাইফলছৰ ছাউনীত উপস্থিত ইষ্টাৰ্ণ কামাণ্ডৰ জিঅ'চি ৷ কলকাতাস্থিত স্থলসেনাৰ ইষ্টাৰ্ণ কামাণ্ডৰ জেনেৰেল অফিচাৰ কামাণ্ডিং ইন চীফ এম এম নাৰাভানে 4 জুনত উপস্থিত হয় নাগালেণ্ডত ৷

নাগালেণ্ডৰ আছাম ৰাইছলছৰ ইনছপেক্টৰ জেনেৰেল নৰ্থৰ মুখ্যালয়ত উপস্থিত হোৱা বিষয়াগৰাকীয়ে ৰাজ্যখনত বিভিন্ন প্ৰান্তৰ আছাম ৰাইফলছৰ শিৱিৰসমূহ পৰিভ্ৰমণ কৰাৰ লগতে ৰাইফলমেনসকলৰ সৈতে আলোচনাত মিলিত হয় ৷

অধিক পঢ়কঃ কাৰ্গিল যুদ্ধৰ ভেটেৰান কেনেকৈ বিদেশী হ'ব পাৰে ?

নাগালেণ্ডৰ পৰা 5 জুনত পোনে পোনে দক্ষিণ অৰুণাচল প্ৰদেশৰ স্পেয়াৰ কৰ্পছৰ সেনা ছাউনীত উপস্থিত হয় লে. জেন নাৰাভানে ৷ ৰাজ্যখনৰ পূৰ্বৱৰ্তী সেনা চাউনীত উপস্থিত হৈ সেনা বিষয়াসকলৰ সৈতে অভিযান সম্পৰ্কীয় আলোচনাত মিলিত হয় ৷ ইষ্টাৰ্ণ কামাণ্ডৰ শীৰ্ষ বিষয়াগৰাকীক এইক্ষেত্ৰত সহযোগিতা আগবঢ়ায় অৰুণাচলৰ দায়িত্বত থকা মাউন্টেইন ডিভিজনৰ শীৰ্ষ বিষয়াই ৷

Intro:Body:

ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কামাণ্ডৰ জেনেৰেল অফিচাৰ কামাণ্ডিং ইন চীফ এম এম নাৰাভানে পৰিভ্ৰমণ কৰে সেনা আৰু আছাম ৰাইফলছৰ শিৱিৰ ৷ দুদিনীয়া ভ্ৰমণসূচীৰে নাগালেণ্ড আৰু অৰুণাচলৰ সেনা আৰু আছাম ৰাইফলছৰ ছাউনীত উপস্থিত হয় প্ৰথম শ্ৰেণীৰ সেনা বিষয়াগৰাকী ৷ 

নিউজ ডেস্ক, 5 জুনঃ দুদিনীয়া ভ্ৰমণসূচীৰে পূৰ্বোত্তৰৰ সীমান্তৱৰ্তী সেনা আৰু আছাম ৰাইফলছৰ ছাউনীত উপস্থিত ইষ্টাৰ্ণ কামাণ্ডৰ জিঅ'চি ৷ কলকাতাস্থিত স্থলসেনাৰ ইষ্টাৰ্ণ কামাণ্ডৰ জেনেৰেল অফিচাৰ কামাণ্ডিং ইন চীফ এম এম নাৰাভানে 4 জুনত উপস্থিত হয় নাগালেণ্ডত ৷ নাগালেণ্ডৰ আছাম ৰাইছলছৰ ইনছপেক্টৰ জেনেৰেল নৰ্থৰ মুখ্যালয়ত উপস্থিত হোৱা বিষয়াগৰাকীয়ে ৰাজ্যখনত বিভিন্ন প্ৰান্তৰ আছাম ৰাইফলছৰ শিৱিৰসমূহ পৰিভ্ৰমণ কৰাৰ লগতে ৰাইফলমেনসকলৰ সৈতে আলোচনাত মিলিত হয় ৷ 

নাগালেণ্ডৰ পৰা 5 জুনত পোনে পোনে দক্ষিণ অৰুণাচল প্ৰদেশৰ স্পেয়াৰ কৰ্পছৰ সেনা ছাউনীত উপস্থিত হয় লে. জেন নাৰাভানে ৷ ৰাজ্যখনৰ পূৰ্বৱৰ্তী সেনা চাউনীত উপস্থিত হৈ সেনা বিষয়াসকলৰ সৈতে অভিযান সম্পৰ্কীয় আলোচনাত মিলিত হয় ৷ ইষ্টাৰ্ণ কামাণ্ডৰ শীৰ্ষ বিষয়াগৰাকীক এইক্ষেত্ৰত সহযোগিতা আগবঢ়ায় অৰুণাচলৰ দায়িত্বত থকা মাউন্টেইন ডিভিজনৰ শীৰ্ষ বিষয়াই ৷ 

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.