ETV Bharat / state

বঙাইগাঁৱত নিৰ্মাণ হ'ব বিলাসী ৰেল কাৰখানা - ৰাজেন গোঁহাই

১০৬ কোটি টকা ব্যয়ৰে নিৰ্মাণ হ'ব বিলাসী দবা নিৰ্মাণ কাৰখানা

new bongaigaon
author img

By

Published : Feb 18, 2019, 5:32 PM IST

চিৰাং, ১৮ ফেব্ৰুৱাৰীঃ বঙাইগাওঁ জিলাৰ নিউ বঙাইগাঁৱত সোমবাৰে কেন্দ্ৰীয় ৰেল ৰাজ্যমন্ত্ৰী ৰাজেন গোঁহাইয়ে স্থাপন কৰিলে ৰেলৱেৰ এল জি বি আই অৰ্থাৎ বিলাসী দবা নিৰ্মাণ কাৰখানাৰ আধাৰশিলা। সম্পূৰ্ণ ১০৬ কোটি টকা বাজেটেৰে এই দবা নিৰ্মাণ কাৰ্যসূচী ১৯ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব বুলি কয় মন্ত্ৰী ৰাজেন গোঁহাইয়ে। লগতে এই কাৰখানা সম্পূৰ্ণ হৈ উঠিলে বঙাইগাঁও তথা অসমৰ উন্নয়ন হ'ব বুলিও প্ৰকাশ কৰে মন্ত্ৰীজনে।

new bongaigaon
undefined

আনহাতে, ১৪ ফেব্ৰুৱাৰীত কাশ্মীৰৰ পুলৱামাত পাকিস্তান উগ্ৰপন্থীৰ আত্মঘাতী আক্ৰমণত শ্বহীদ হোৱা চি আৰ পিএফ জোৱানসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই পাকিস্তান আৰু উগ্ৰপন্থীৰ বিৰুদ্ধে মোডী চৰকাৰে সোনকালে ব্যৱস্থা গ্ৰহণ কৰিব বুলিও মন্তব্য কৰে মন্ত্ৰী গোঁহাইয়ে।

Intro:আজি বঙাইগাঁও জিলাৰ নিউ বঙাইগাঁওত ৰেলৰ এল জি বি আই (বিলাসী) দবা নিৰ্মাণ কাৰখানাৰ আধাৰশীলা স্থাপন কৰে । ৰেলেৰে আহি পোনে পোনে নিউবঙাইগাঁও ৰেলষ্টেচনত নামে আৰু তাৰ পিচতে আধাৰশীলা স্থাপন কৰে । তাৰ পিচতে মন্ত্ৰী জনে কয় ১০৬ কোটী টকা বাজেটেৰে এই দবা নিৰ্মান কাৰখানাৰ কাম অহাকালিৰ পৰাই আৰম্ভ হব। তেওঁ আৰু কয় যে চৰকাৰ যাৰেই নহওক কিয় কাম হবই । এই কাৰখানাৰ কাম সম্পুৰ্ণ হলে বঙাইগাঁও তথা অসমৰ উন্নয়ন হব বুলিও কয় ।

মন্ত্ৰী জনে পাকিস্তানৰ সন্দৰ্ভত কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেতিয়াও সুদাই নেৰে । তেওঁৰ প্ৰতি আমাৰ সকলোৰে বিশ্বাস আৰু আস্থা আছে । গতিকে লাহে লাহে পাকিস্তান আৰু তাৰ উগ্ৰপন্থীৰ বিৰুদ্ধে কাম আৰম্ভ হৈছে । কম সময়ৰ ভিতৰতে ইয়াৰ ফল পাব বুলিও কয় মন্ত্ৰীজনে ।

বাইট : ৰাজেন গোঁহাই, ৰেল ৰা‍জ‍্য মন্ত্ৰী ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ।

Body:বাইট : ৰাজেন গোঁহাই, ৰেল ৰা‍জ‍্য মন্ত্ৰী ।

Conclusion: মন্ত্ৰী জনে পাকিস্তানৰ সন্দৰ্ভত কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেতিয়াও সুদাই নেৰে । তেওঁৰ প্ৰতি আমাৰ সকলোৰে বিশ্বাস আৰু আস্থা আছে । গতিকে লাহে লাহে পাকিস্তান আৰু তাৰ উগ্ৰপন্থীৰ বিৰুদ্ধে কাম আৰম্ভ হৈছে । কম সময়ৰ ভিতৰতে ইয়াৰ ফল পাব বুলিও কয় মন্ত্ৰীজনে ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.