ETV Bharat / state

নিৰ্বাচনৰ পূৰ্বে মহানগৰীত ফ্লায়িং স্কোৱাডৰ তীব্ৰ অভিযান - flying squad

নিৰ্বাচনৰ পূৰ্বে সষ্টম গুৱাহাটীৰ প্ৰশাসন ৷ তন্ন তন্নকৈ তালাচী ফ্লায়িং স্কোৱাডৰ ৷ নিৰ্ধাৰিত ধনতকৈ অধিক ধন নিব নোৱাৰে তাৰ বাবে অভিযান পাণ্ডুত

মহানগৰীত ফ্লায়িং স্কোৱাডৰ অভিযান
author img

By

Published : Apr 5, 2019, 4:49 PM IST

মালিগাঁও, 5 এপ্ৰিলঃ পুৱাৰে পৰা মহানগৰীৰ পাণ্ডুত ফ্লায়িং স্কোৱাডৰ তীব্ৰ অভিযান ৷ প্ৰতিখন বাহনত তন্ন তন্নকৈ কৰিছে তালাচী ফ্লায়িং স্কোৱাডৰ দলে। নিৰ্বাচনৰ সময়চোৱাত যাতে কোনোৱে নিৰ্ধাৰিত ধনতকৈ অধিক ধন নিব নোৱাৰে তাৰ বাবে চোকা দৃষ্টি ৰাখিছে দলটোৱে ।

মহানগৰীত ফ্লায়িং স্কোৱাডৰ অভিযান

উল্লেখ্য যে, বৃহস্পতিবাৰে পাণ্ডুত এখন চাৰিচকীয়া বাহনত উদ্ধাৰ হৈছিল ৫ লাখ টকা। ইয়াৰ পাচতেই অধিক তীব্ৰতৰ হৈ পৰিছে ফ্লায়িং স্কোৱাডৰ অভিযানকাৰী দলটো। পাণ্ডু-মালিগাঁৱৰ বিভিন্ন স্থানত জালুকবাৰী আৰক্ষীৰ সহযোগত দলটোৱে চলাইছে তীব্ৰ অভিযান। কোনেও যাতে নিৰ্বাচনী বিধি উলংঘা কৰিব নোৱাৰে তাৰ বাবে অধিক তৎপৰ হৈ উঠিছে আৰক্ষী-প্ৰশাসন ।

Slug: A_GHY_5APR_801_FLYING SQUAD PANDU_HIRUL HAQUE

পুৱাৰে পৰা মহানগৰীৰ পাণ্ডুত চলি আছে ফ্লায়িং স্কোৱাডৰ অভিযান। প্ৰতিখনত তন্ন তন্নকৈ তালাচী চলাইছে দলটোৱে। নিৰ্বাচনৰ সময়চোৱাত যাতে কোনোৱে নিৰ্ধাৰিত ধনতকৈ অধিক নিব নোৱাৰে তাৰ বাবে এই অভিযান। বৃহস্পতিবাৰে পাণ্ডুত এখন চাৰিচকীয়া বাহনত উদ্ধাৰ হৈছিল ৫লাখ টকা। তাৰ পিছতেই অভিযান অধিক তীব্ৰতৰ হৈ পৰিছে ফ্লায়িং স্কোৱাডৰ। পাণ্ডু-মালিগাঁৱৰ বিভিন্ন স্থানত জালুকবাৰী আৰক্ষীৰ সহযোগত দলটোৱে চলাই আছে অভিযান। কোনেও যাতে নিৰ্বাচনী বিধি উলংঘা কৰিব নোৱাৰে তাৰ বাবে অধিক তৎপৰ হৈ উঠিছে আৰক্ষী-প্ৰশাসন।

Visual-FTP
(Hirul Haque/Guwahati)
Phone no- 8876195899, 7002668932
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.