ETV Bharat / state

হাগ্ৰামা গ' বেক ধ্বনিৰে উত্তাল বাক্সাৰ ৰাজপথ - বিটিচি

বিটিচিত জ্বলিল হাগ্ৰামাৰ পুত্তলিকা

Breaking News
author img

By

Published : Feb 10, 2019, 9:58 PM IST

বাক্সা, ১০ ফেব্ৰুৱাৰীঃ হাগ্ৰামা মহিলাৰী গ' বেক ধ্বনিৰে দেওবাৰে উত্তাল হ'ল বাক্সাৰ সোণাপুৰ ৰাজপথ। বাক্সা জিলাৰ সংগ্ৰামী যুৱ মঞ্চই বিটিচি চুক্তি পুনৰীক্ষণ কৰাৰ দাবীত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ পুত্তলিকা দাহ কৰাৰ উপৰিও বিটিচি চুক্তিৰ প্ৰতিলিপি জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে।

baksa protest
লগতে বিটিচি অঞ্চলত বসবাস কৰা অনা বড়ো জাতি-জনগোষ্ঠীয়ে যাতে মৰ্যদা সহকাৰে জীয়াই থাকিব পাৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক আহ্বান জনাই প্ৰতিবাদকাৰীসকলে।
undefined

Intro:সংগ্ৰামী যুৱ ছাত্ৰ মঞ্চৰ বাক্সাৰ সোনাপুৰত বিটিচি গো বেগ ধ্বনিৰে উত্তাল প্ৰতিবাদ ।Body:হাগ্ৰামা মহিলাৰী গো বেক ধ্বনিৰে উত্তাল হৈ পৰিল বাক্সাৰ সোনাপুৰৰ ৰাজপথ। বিটিচি চুক্তি পুনৰীক্ষন কৰাৰ দাবীত বাক্সা জিলা সংগ্ৰামী যুৱ ছাত্ৰ মঞ্চই বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ পুত্তলিকা দাহ আৰু বিটিচি চুক্তিৰ প্ৰতিলিপি দাহেৰে সংগঠনটোৱে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰী সকলে হাগ্ৰামা মহিলাৰী গো বেক, বিটিচি চুক্তি পুনৰীক্ষন কৰক আদি বিভিন্ন শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তুলে।
Conclusion: অঞ্চলত বসবাস কৰা অনা বড়ো জাতি জনগোষ্ঠীক মৰ্যদা সহকাৰে জাতে জীয়াই থাকিব পাৰে তাৰ বাবে ব্যৱস্থা গ্ৰহন কৰিবলৈ চৰকাৰলৈ আহ্বান জনায়।
বাইট---প্ৰতিবাদকাৰী।

বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.