শিলচৰ, 3 জুলাইঃ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ নামত বৰাক উপত্যকাত প্ৰতিনিয়ত সংঘটিত হৈছে কিছুমান নাভূত-নাশ্ৰুত ঘটনা ৷ শেহতীয়াকৈ সুনিৰ্মল বাগচি নামৰ এজন লোকলৈ অসম আৰক্ষীৰ সীমান্ত শাখাই প্ৰেৰণ কৰিছে বিদেশীৰ জাননী ৷ স্বাধীনতাৰ পূৰ্বেই জন্মগ্ৰহণ কাছাৰ জিলাৰ শিলচৰত জন্মলাভ কৰা সুনিৰ্মল বাগচিৰ ভাৰতীয় নাগৰিক হোৱাৰ প্ৰয়োজনীয় সকলো নথি-পত্ৰৰ লগতে 1966 চন আৰু 1971চনৰ লিগেচী ডাটাত নাম থকাৰ পিচটো এইদৰে অসম আৰক্ষীৰ সীমান্ত শাখাই প্ৰেৰণ কৰিছে এই জাননী ৷
পৰাধীন ভাৰতত জন্ম, দেখিছিল স্বাধীনতা সংগ্ৰামঃ কিন্তু, সীমান্ত আৰক্ষীয়ে সজালে বিদেশী, ক'ত আৰু কাক ? - অসম আৰক্ষী
ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ নামত স্বদেশীক হাৰাশাস্তি সীমান্ত আৰক্ষীৰ ৷ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত নাম থকাৰ লগতে 1943 চনৰ জন্মৰ প্ৰমাণপত্ৰ থকা ব্যক্তিৰ বিৰুদ্ধে আহিল বিদেশীৰ জাননী ৷ শিলচৰত সংঘটিত হৈছে এই ঘটনা ৷ শিলচৰ নিবাসী ব্যক্তিজনৰ নাম সুনিৰ্মল বাগচি ৷ স্বাধীনতাৰ পূৰ্বেই জন্মহোৱা ব্যক্তিগৰাকীক ঘোষণা কৰা হৈছে বিদেশী ৷ 1966 আৰু 1971 চনৰ লিগেচী ডাটাত নাম থকা স্বত্বেও অসম আৰক্ষীৰ সীমান্ত শাখাই প্ৰেৰণ কৰিছে বিদেশীৰ জাননী ৷
অসম আৰক্ষীৰ সীমান্ত শাখাৰ হাৰাশাস্তি
শিলচৰ, 3 জুলাইঃ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ নামত বৰাক উপত্যকাত প্ৰতিনিয়ত সংঘটিত হৈছে কিছুমান নাভূত-নাশ্ৰুত ঘটনা ৷ শেহতীয়াকৈ সুনিৰ্মল বাগচি নামৰ এজন লোকলৈ অসম আৰক্ষীৰ সীমান্ত শাখাই প্ৰেৰণ কৰিছে বিদেশীৰ জাননী ৷ স্বাধীনতাৰ পূৰ্বেই জন্মগ্ৰহণ কাছাৰ জিলাৰ শিলচৰত জন্মলাভ কৰা সুনিৰ্মল বাগচিৰ ভাৰতীয় নাগৰিক হোৱাৰ প্ৰয়োজনীয় সকলো নথি-পত্ৰৰ লগতে 1966 চন আৰু 1971চনৰ লিগেচী ডাটাত নাম থকাৰ পিচটো এইদৰে অসম আৰক্ষীৰ সীমান্ত শাখাই প্ৰেৰণ কৰিছে এই জাননী ৷
Intro:তেওঁ দেখিছিল পৰাধীন ভাৰতবৰ্ষ । তাৰ পিছত দেখিলে স্বাধীন ভাৰতবৰ্ষ । 1943ৰ জনমৰ প্ৰমানপত্ৰ আছে। দু বাৰ কৈ NRC ৰ তালিকাত নাম ও উঠিছে ।কিন্তু হাতত আহিছে বিদেশী ৰ নটিছ। এতিয়া কি কৰিব বুজিবলৈ চিন্তাত পৰিছে তেওঁ।
Body:হয় এনেকুৱা ঘটনা ঘটিছে শিলচৰৰ Sunirmol বাগচি ৰ লগত। তেওঁ কাছাৰ জিলাৰ শিলচৰৰ বাসিন্ধা। জন্ম শিলচৰত ।কিন্তু কিছুদিন আগতে বৰ্ডাৰ পুলিচৰ মানুহে এটা নটিছ দিয়ে তাত লিখা তেওঁ বিদেশী।5 তাৰিখ হাজিৰ হব লাগিব বিদেশী চিনাক্ত কৰোঁ কোৰ্টত।অৰ্ডাৰ টু হাততে পাইLমানসিক ভাৱে ভাঙি পৰিছে তেওঁ।খবৰ লৈছে বৰ্ডাৰ পুলিচৰ অফিচত কিন্তু কোনো মামলা নাই তেওঁৰ নামত। তাৰ পিছতে ও কেনেকৈ এনেকুৱা অৰ্ডাৰ আহিলে বুজানাই তেওঁ।Conclusion:এনেকুৱা ঘটনাৰ বাৰে ভয় খাইছে গোটেই কাছাৰৰ ৰাইজে। কাৰণ কেতিয়াবা কাৰ নামত এনেকুৱা নটিছ আহিব কোনে জানে।
ৱাইট Su নিৰ্মল বাগচি