ETV Bharat / state

সাংবাদিকৰ মৃত্যুৰ প্ৰতিবাদত শিলচৰত 12 ঘন্টীয়া বন্ধ পালন - protest

টিপাৰৰ খুন্দাত নিহত সাংবাদিক মলিন শৰ্মাৰ মৃত্যুৰ প্ৰতিবাদত শিলচৰ চহৰত 12 ঘন্টীয়া বন্ধ পালন ৷ বিভিন্ন সাংবাদিক সন্থাৰ লগতে প্ৰায় 30টা মান সন্থাৰ সমৰ্থনত এই বন্ধ ৷  চহৰৰ বিভিন্ন ঠাইত অৱৰোধ পিকেটিঙত মহিলা ৷

সাংবাদিকৰ মৃত্যুৰ প্ৰতিবাদত শিলচৰত 12 ঘন্টীয়া বন্ধ পালন
author img

By

Published : Jul 30, 2019, 2:37 PM IST

শিলচৰ, 30 জুলাই: দেওবাৰে নিশা টিপাৰৰ খুন্দাত নিহত সাংবাদিক মলিন শৰ্মাৰ মৃত্যুৰ প্ৰতিবাদত মঙলবাৰে পুৱাৰ পৰা শিলচৰ চহৰত 12 ঘন্টীয়া বন্ধ পালন কৰা হৈছে ৷ বিভিন্ন সাংবাদিক সন্থাৰ লগতে প্ৰায় 30টা মান সন্থাৰ সমৰ্থনত চলি আছে এই বন্ধ ৷

বন্ধৰ এই সময়ছোৱাত চহৰখনত কোনো ধৰণৰ যান বাহনৰ চলাচল দেখা পোৱা নাই ৷ দোকান অফিচ বজাৰ আদিও বন্ধ ৰখা দেখা গৈছে ৷ চহৰৰ বিভিন্ন ঠাইত মহিলা সকলক অৱৰোধ পিকেটিং আদি কৰা দেখা গৈছে ৷
বন্ধৰ দাবীসমূহৰ মাজত আছে-
১ ) মলিনৰ পৰিয়ালক ২০ লাখ টকাৰ ক্ষতিপূৰণ

২) মলিনৰ পৰিবাৰক এটি চৰকাৰী চাকৰি প্ৰদান

৩) ১২ ঘন্টাৰ ভিতৰত ঘাতক টিপাৰৰ চালকক গ্ৰেপ্তাৰ কৰি লাইসেন্স বাতিল আৰু শাস্তি প্ৰদান
৪) সাংবাদিকৰ লগতে সাধাৰণ নাগৰিকৰ পথ সুৰক্ষা প্ৰদান
৫) চহৰখনত শীঘ্ৰেই বাইপাচ ব্যৱস্থা কৰা

Intro:পৰুহী ৰাতি শিলচৰ চহৰত টিপাৰৰ খুন্দাত সাংবাদিক মলিন শৰ্মাক মৃত্যুৰ প্ৰতিবাদত আজি পুৱাৰ পৰা বাৰো ঘন্টাৰ শিলচৰ চহৰ বনধ পালন হৈ আছে। বিভিন্ন সাংবাদিক সন্থাৰ লগতে আৰু প্ৰায় তিৰিশটামান সন্থাৰ সমৰ্থনত এই বনধ চলি আছে । বন্ধৰ ফলত চহৰত কোনো যানবাহানৰ চলাচল দেখা পোৱা নাই । Body:পৰুহী ৰাতি শিলচৰ চহৰত টিপাৰৰ খুন্দাত সাংবাদিক মলিন শৰ্মাক মৃত্যুৰ প্ৰতিবাদত আজি পুৱাৰ পৰা বাৰো ঘন্টাৰ শিলচৰ চহৰ বনধ পালন হৈ আছে। বিভিন্ন সাংবাদিক সন্থাৰ লগতে আৰু প্ৰায় তিৰিশটামান সন্থাৰ সমৰ্থনত এই বনধ চলি আছে । বন্ধৰ ফলত চহৰত কোনো যানবাহানৰ চলাচল দেখা পোৱা নাই । দোকান অফিচ বজাৰ আদি বন্ধ দেখা গৈছে । চহৰৰ বিভিন্ন ঠাইত অৱৰোধ পিকেটিং কৰিবলৈ মহিলা সকলক দেখা পোৱা যায় । বন্ধৰ দাবীৰ মাজত আছে-
Conclusion:চহৰৰ বিভিন্ন ঠাইত অৱৰোধ পিকেটিং কৰিবলৈ মহিলা সকলক দেখা পোৱা যায় । বন্ধৰ দাবীৰ মাজত আছে-
১ ) মলিনৰ পৰিবাৰৰ ২০ লক্ষ টকাৰ ক্ষতিপুৰন
২) মলিনৰ পৰিবাৰৰ কোনো চৰকাৰী চাকৰি প্ৰদান
৩) ১২ ঘন্টাৰ ভিতৰত ঘাতক টিপাৰৰ চালকক গ্রেফতাৰ কৰি লাইসেন্স বাতিল আৰু শাস্তি প্রদান
৪) সাংবাদিক সহ নাগৰিকৰ পথ সুৰক্ষা প্রদান
৫) শীঘ্রই বাইপাস চালু কৰা ইত্যাদি
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.