কাছাৰ, 31 মাৰ্চ : বিগত 19 মাৰ্চত কোনো দুৰ্বৃত্তই গুলীয়াই হত্যা কৰা কাছাৰ জিলাৰ হাতিচৰা গাঁও পঞ্চায়তৰ সভাপতি সুখেন্দু দাসৰ হত্যাকাণ্ডৰ লগত জড়িত দোষীক শাস্তি প্ৰদানৰ দাবীৰে তেবুৰবন্দত স্থানীয় ৰাইজৰ প্ৰতিবাদ ৷ সুখেন্দুৰ হত্যাকাণ্ড জড়িতসকলক উচিত শাস্তি প্ৰদানৰ দাবীৰে প্ৰতিবাদ স্থানীয় ৰাইজৰ ৷ ইপিনে এই হত্যাকাণ্ডৰ তদন্তৰ ক্ষেত্ৰত আৰক্ষীৰ ভুমিকাক লৈও প্ৰশ্ন উত্থাপন ৰাইজৰ ৷ হত্যাকাণ্ডৰ10 দিন উকলি যোৱাৰ পাচতো 5 জনক গ্ৰেপ্তাৰ কৰি জেলত প্ৰেৰণ কৰিয়েই দায়িত্ব সামৰাৰ লগতে আজি পৰ্যন্ত হত্যাত ব্যৱহৃত বন্দুক উদ্ধাৰ কৰিবলৈ সক্ষম নোহোৱাৰ অভিযোগ ৰাইজৰ ৷
কাছাৰৰ বিজেপি নেতা সুখেন্দু দাসৰ হত্যাকাণ্ডৰ নতুন মোৰ - সুখেন্দু হত্যাকাণ্ড
সুখেন্দু দাসৰ হত্যাকাণ্ডত জড়িতসকলক উচিত শাস্তি প্ৰদানৰ দাবীৰে প্ৰতিবাদ স্থানীয় ৰাইজৰ ৷ ইপিনে সুখেন্দুৰ সৈতে ওলাই যোৱা ৰিংকু সেনাপতিক তদন্তৰ আওতালৈ আনি ঘটনাৰ তদন্ত কৰাৰ দাবী সুখেন্দুৰ পত্নীৰ ৷