ETV Bharat / state

মানিকপুৰত শোকাবহ পথ দুৰ্ঘটনা, থিতাতে নিহত এজন - নিহত এজন

বঙাইগাঁও উত্তৰ অভয়াপুৰী সমষ্টিৰ মানিকপুৰত দেওবাৰে সংঘটিত হয় এক শোকাবহ পথ দুৰ্ঘটনা ৷ থিতাতে এজন লোক নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আহত হয় এজন ৷

মানিকপুৰত শোকাবহ পথ দুৰ্ঘটনা, থিতাতে নিহত এজন
author img

By

Published : Jul 28, 2019, 5:44 PM IST

বঙাইগাঁও, 28 জুলাইঃ বঙাইগাঁও উত্তৰ অভয়াপুৰী সমষ্টিৰ মানিকপুৰত দেওবাৰে সংঘটিত হয় এক শোকাবহ পথ দুৰ্ঘটনা । ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এই পথ দুৰ্ঘটনাত থিতাতে নিহত এজন আৰোহী । নিহত ব্যক্তি জন পাতিলাদহা জাকুৱাপাৰাৰ চক্ৰধৰ ৰায় বুলি জানিব পৰা গৈছে । গুৰুতৰভাৱে আহত লোক জনক বঙাইগাঁও লৱাৰ আসাম চিকিৎসালয়ত ভৰ্তি কৰা হৈছে । উল্লেখ্য যে মানিকপুৰ ফ্লিংচ ষ্টেশ্বনপেট্ৰ'ল পাম্পৰ ওচৰত ৰৈ থকা এখন, মেজিক গাড়ীৰ লগত AS-19-AC,0814 নম্বৰৰ এখন যাত্ৰীবাহী টেম্পোৱে খুন্দিয়াই দিয়াত এই শোকাবহ দুৰ্ঘটনাটো সংঘটিত হয়।

Intro:মানিকপুৰত শোকাবহ পথ দূৰ্ঘটনা ।থিতাতে নিহত এজন ।আহত এজন। Body:বঙাইগাঁও জিলাৰ উত্তৰ অভায়াপুৰী সমষ্টিৰ মানিকপুৰত আজি এক শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হয়। ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এই পথ দুৰ্ঘটনাত থিতাতে নিহত এজন আৰোহী।নিহত ব্যক্তি জন পাতিলাদহা জাকুৱাপাৰাৰ চক্ৰধৰ ৰায় বুলি জানিব পৰা গৈছে। গুৰুতৰভাৱে আহত লোক জনক বঙাইগাঁও লৱাৰ আসাম চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। উল্লেখ্য যে মানিকপুৰ ফ্লিংচ ষ্টেশ্বনপেট্ৰ'ল পাম্পৰ ওচৰত ৰৈ থকা এখন, মেজিক গাড়ীৰ লগত AS-19-AC,0814 নম্বৰৰ এখন যাত্ৰীবাহী টেম্পুয়ে খুন্দিয়াই দিয়াত এই শোকাবহ দূৰ্ঘটনা টো সংঘটিত হয়।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.