ETV Bharat / state

বঙাইগাঁৱত জুৱা খেল উচ্ছেদঃ বিভিন্ন সা-সামগ্ৰী জব্দ - বঙাইগাঁৱত জুৱাখেল উচ্ছেদ আৰক্ষীৰ

বঙাইগাঁৱৰ কোকিলাৰ শৌলমাৰীত দীপাৱলীৰ নাম লৈ 'ঝাণ্ডি-মুণ্ডা' জুৱাখেল অনুষ্ঠিত কৰে । অৱশ্যে কোকিলা আৰক্ষীয়ে জুৱাখেল উচ্ছেদ কৰাৰ লগতে ডাইচগুটি,লাইট,বেটাৰী,জুৱাখেলত ব্যৱহাৰ কৰা বিচনা,প্লাষ্টিকৰ পিৰাসহ বিভিন্ন সা-সামগ্ৰী জব্দ কৰে ।

জব্দ হোৱা বিভিন্ন সা-সামগ্ৰী
author img

By

Published : Oct 31, 2019, 8:32 AM IST

বঙাইগাঁও, 31 অক্টোবৰঃ বঙাইগাঁৱৰ কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত শৌলমাৰী পোকালাগী নৈৰ চৰত সন্ধিয়া দুষ্ট চক্ৰই দীপাৱলীৰ নাম লৈ 'ঝাণ্ডি-মুণ্ডা' জুৱাখেল অনুষ্ঠিত কৰে। কোকিলাৰ আৰক্ষীৰ সহকাৰী উপ পৰিদৰ্শক শিৱ প্ৰসাদ কলিতাৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলটোৱে জুৱা খেল উচ্ছেদ কৰাৰ লগতে ডাইচগুটি,লাইট,বেটাৰী,জুৱাখেলত ব্যৱহাৰ কৰা বিচনা,প্লাষ্টিকৰ পিৰা সহ বিভিন্ন সা-সামগ্ৰী জব্দ কৰে। অৱশ্যে আন্ধাৰৰ সুযোগ লৈ জুৱাৰীৰ দলটোৱে পলায়ন কৰে। জুৱাখেলৰ বিৰুদ্ধে কোকিলাৰ আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰাত স্থানীয় ৰাইজে সন্তুষ্টি প্ৰকাশ কৰিছে ।

বঙাইগাঁৱত জুৱাখেল উচ্ছেদ

লগতে পঢ়কঃ৪ নৱেম্বৰৰ পৰা মহানগৰীত চলিব বৈদ্যুতিক বাছ

Intro:বঙাইগাঁও জিলাৰ কোকিলাৰ শৌলমাৰীত জুৱাৰীক পহুখেদা আৰক্ষীৰ।

Body: বঙাইগাঁও জিলাৰ কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত শৌলমাৰী পোকালাগী নদীৰ চৰত সন্ধিয়া দুষ্টচক্ৰই দিপাৱলীৰ নামলৈ ঝাণ্ডি মুণ্ডা জুৱাখেল অনুষ্ঠিত কৰে। কোকিলাৰ আৰক্ষীয়ে গোপন সূত্ৰৰ খৱৰৰ ভিত্তিত সহকাৰী উপ পৰিদৰ্শক শিৱ প্ৰসাদ কলিতাৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলটোৱে জুৱাখেল উচ্ছেদ কৰাৰ লগতে ডাইচগুটি, লাইট, বেটাৰী, জুৱাখেলত ব্যৱহাৰ কৰা বিচনা, প্লাষ্টিকৰ পিৰা সহ বিভিন্ন সা সামগ্ৰী জব্দ কৰে ।আন্ধাৰৰ সুযোগ লৈ জুৱাৰীৰ দলটোৰ পলায়ন কৰে। জুৱাখেলৰ বিৰুদ্ধে কোকিলাৰ আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰাত স্হানীয় ৰাইজে সন্তষ্টি প্ৰকাশ কৰিছে।

মন্তব্যঃ স্থানীয় ৰাইজ।

Conclusion:শেষতীয়াকৈ বঙাইগাঁও জিলাৰ বিভিন্ন ঠাইত পুজাৰ গইনা লৈ মুকলি ভাৱে জুৱা খেল অনুষ্টিত কৰি থকা পৰিলক্ষিত হৈছে । ইয়াৰ প্ৰতিবাদত কৃষক মুক্তিয়ে কালি ৰাজপথত মুকলি ভাৱে জুৱা অনুষ্টিত কৰিছিল ।

বঙাইগাঁওৰ পৰা আব্দুল মালেক আহমেদ ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.