- বঙাইগাঁৱৰ বৈটামাৰীৰ টুনীয়া নদীত অচিনাক্ত মৃতদেহ উদ্ধাৰ
- অৰ্ধগলিত অৱস্থাত উদ্ধাৰ হয় অচিনাক্ত মৃতদেহটো
- মৃতদেহটো প্ৰলয়ংকাৰী বানত উটি অহাৰ সন্দেহ প্ৰত্যক্ষদৰ্শীৰ
- মৃতদেহটো অৰ্ধগলিত অৱস্থাত থকাৰ বাবেই চিনাক্তকৰণ কৰিব পৰা নাই
- ঘটনাস্থলিত আৰক্ষী উপস্থিত হৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে
বঙাইগাঁৱৰ বৈটামাৰীৰ টুনীয়া নদীত উদ্ধাৰ অচিনাক্ত মৃতদেহ - টুনীয়া নদী
মৃতদেহটো প্ৰলয়ংকাৰী বানত উটি অহাৰ সন্দেহ প্ৰত্যক্ষদৰ্শীৰ
বঙাইগাঁও
- বঙাইগাঁৱৰ বৈটামাৰীৰ টুনীয়া নদীত অচিনাক্ত মৃতদেহ উদ্ধাৰ
- অৰ্ধগলিত অৱস্থাত উদ্ধাৰ হয় অচিনাক্ত মৃতদেহটো
- মৃতদেহটো প্ৰলয়ংকাৰী বানত উটি অহাৰ সন্দেহ প্ৰত্যক্ষদৰ্শীৰ
- মৃতদেহটো অৰ্ধগলিত অৱস্থাত থকাৰ বাবেই চিনাক্তকৰণ কৰিব পৰা নাই
- ঘটনাস্থলিত আৰক্ষী উপস্থিত হৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে
Intro:বঙাইগাঁওৰ বৈটামাৰীৰ টুনীয়া নদীত অচিনাক্ত মৃতদেহ উদ্ধাৰ । Body:
বঙাইগাঁও জিলাৰ বৈটামাৰী দেৱান গাঁওৰ টুনিয়া নৈত অৰ্ধগলিত অৱস্থাত অচিনাক্ত মৃতদেহ উদ্ধাৰ । প্ৰলয়ংকাৰী বানত উটি অহা বুলি সন্দেহ প্ৰত্যক্ষদৰ্শীৰ । মৃতদেহটো অৰ্ধগলিত অৱস্থাত থকাৰ বাবেই চিনাক্ত কৰণ কৰিব পৰা নাই । আৰক্ষী ঘটনাস্থলিত উপস্থিত হৈ মৰনোত্তৰ পৰিক্ষাৰ ব্যৱস্থা কৰে ।
বাইট : স্থানীয় লোক ।
Conclusion:মৰনোত্তৰ পৰিক্ষাৰ পিচত হে সঠিক তথ্য ওলাব এয়া হত্যা নে আন কিবা । বানপানীত ভাহি অহা হয়নে মৃতদেহটো । কিন্ত কাৰ মৃতদেহ ? এই বিষয়ে সমগ্ৰ বৈটামাৰী-দেৱানগাঁওত চাঞ্চল্যৰ সৃষ্টী হৈছে ।
চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।