ETV Bharat / state

পেট্ৰ'ল-ডিজেলৰ মূল্যৰ বৃদ্ধিৰ বাবে চৰকাৰক সমালোচনা ৰিপুন বৰাৰ

author img

By

Published : Jul 4, 2020, 11:01 PM IST

পেট্ৰ'ল ডিজেলৰ মূল্য বৃদ্ধিত গহপুৰত ছয়দুৱা ব্লক কংগ্ৰেছৰ চাইকেল ৰেলী ৷ তিনি শতাধিক কংগ্ৰেছ কৰ্মীয়ে অংশ গ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচীত সভাপতি ৰিপুন বৰাই অংশগ্ৰহণ কৰি বিজেপি চৰকাৰখনে সঘনাই ৰাজ্যত পেট্ৰ'ল-ডিজেলৰ মূল্য বৃদ্ধি কৰা কাৰ্যক ধিক্কাৰ দিয়া লগতে শীঘ্ৰে পেট্ৰ'ল-ডিজেলৰ মূল্য হ্ৰাস কৰা দাবী জনায়।

ripun bora criticize bjp government
ripun bora criticize bjp government

বিশ্বনাথ ৪ জুলাই : ৰাজ্যত সঘনাই পেট্ৰ'ল ডিজেলৰ মূল্য বৃদ্ধি হোৱাত জাঙুৰ খাই উঠিছে বিৰোধী দল কংগ্ৰেছ । যোৱা ১ জুলাই পৰা ধাৰাবাহিক ভাৱে সমগ্ৰ দেশৰ লগতে অসমৰ সদৰ নগৰ ব্লক মণ্ডল পৰ্যায়ত কংগ্ৰেছ কৰ্মী সকলে পেট্ৰল ডিজেলৰ মূল্য হ্ৰাস কৰা প্ৰতিবাদত চাইকেল ৰেলী জৰিয়তে প্ৰতিবাদসাব্যস্ত কৰি গৈছে ।
তাৰেই অংশ হিচাপে শনিবাৰে ছয়দুৱাৰ ব্লক কংগ্ৰেছৰ উদ্যোগত উলিওৱা প্ৰতিবাদী চাইকেল ৰেলীত অংশগ্ৰহণ কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাই। তিনি শতাধিক কংগ্ৰেছ কৰ্মীয়ে অংশ গ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচীত সভাপতি ৰিপুন বৰাই অংশগ্ৰহণ কৰি বিজেপি চৰকাৰখনে সঘনাই ৰাজ্যত পেট্ৰ'ল-ডিজেলৰ মূল্য বৃদ্ধি কৰা কাৰ্যক ধিক্কাৰ দিয়া লগতে শীঘ্ৰে পেট্ৰ'ল-ডিজেলৰ মূল্য হ্ৰাস কৰা দাবী জনায়।

ইফালে অসমত চৰকাৰ আছে নে নাই সেইটোও সন্দেহৰ কথা বুলি বৰ্তমান চৰকাৰৰ খনক কঠোৰ সমালোচনা কৰে প্ৰদেশ কংগ্ৰেছ কমিটি সভাপতি ৰিপুন বৰাই।
লগতে পঢ়ক : বিধায়কৰ ঘৰ সোমাল ক'ভিড-19 : নিজকে কিদৰে সুৰক্ষিত কৰিছে জনপ্ৰতিনিধিয়ে !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.