ETV Bharat / state

হেলেমত অবৈধ সুৰাৰ বিৰুদ্ধে চাহ শ্ৰমিকৰ সজাগতা সভা

author img

By

Published : Feb 27, 2019, 11:13 PM IST

অসম চাহ মজদুৰ সংঘকে ধৰি আছা, আট্ছা আৰু SCMS ৰ প্ৰতিবাদ

হেলেমত সুৰাৰ বিৰুদ্ধে চাহ শ্ৰমিকৰ প্ৰতিবাদ

গহপুৰ, ২৭ ফেব্ৰুৱাৰীঃ গহপুৰৰ হেলেমত বুধবাৰে অবৈধ সুৰাৰ বিৰুদ্ধে সজাগতা সমদল । অবৈধ সুৰা বন্ধৰ দাবীত সমদল উলিয়াই অসম চাহ মজদুৰ সংঘকে ধৰি আছা, আট্ছা আৰু SCMS য়ে।

হেলেমত অবৈধ সুৰাৰ বিৰুদ্ধে চাহ শ্ৰমিকৰ প্ৰতিবাদ

গোলাঘাট আৰু যোৰহাট জিলাত অবধ্য সুৰা সেৱন কৰি ডেৰ শতাধিক লোকৰ মৃত্যুৰ পাছত তীব্ৰ প্ৰতিক্ৰিয়া গহপুৰৰ হেলেমত। অবৈধ দেশীয় সুৰাৰ আৰু চুলাই মদৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ চলোৱা দেখা গ'ল আছা আট্ছা আৰু চাহ মজদুৰ সংঘই বিশ্বনাথ জিলাৰ হেলেমত । অবৈধ দেশীয় সুৰা বন্ধ কৰক সুৰা ব্যৱসায়ী হুচিয়াৰ আমাক জীয়াই থাকিব দিয়ক আছা জিন্দাবাদ আট্ছা জিন্দাবাদ আদি ধ্বনিৰে এক প্ৰতিবাদী সমদল উলিয়াই । ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত কেইবা শতাধিকপুৰুষ মহিলাই প্ৰতিবাদ সাব্যস্ত কৰে। বহু ঠাইত অবৈধ সুৰাৰ ভাটি ভাঙি দিয়ে প্ৰতিবাদকাৰীয়ে।

SLUG :- A_BISWANATH_GHOPUR_PROTEST_27F_801_807_VISUAL_SCRPT_SRIMANTA

গহপুৰৰ হেলেমত  আজি দ্বিতীয় দিনাও সুৰাৰ বিৰুদ্ধে বাগানৰ লগতে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত প্ৰতিবাদ আছা আট্ছা আৰু SCMS ৰ। 

L গোলাঘাট আৰু যোৰহাট জিলাত অবধ্য সুৰা সেৱন কৰি ডেৰ শতাধিক লোকৰ মৃত্যুৰ পাছত তীব্ৰ প্ৰতিক্ৰিয়া গহপুৰৰ হেলেমত। অবৈধ দেশীয় সুৰাৰ আৰু চুলাই মদৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ চলোৱা দেখা গ'ল আছা আট্ছা আৰু চাহ মজদুৰ সংঘ বিশ্বনাথ জিলাৰ হেলেমত । অবৈধ দেশীয় সুৰা বন্ধ কৰক সুৰা ব্যৱসায়ী হুচিয়াৰ আমাক জীয়াই থাকিব দিয়ক আছা জিন্দাবাদ আট্ছা জিন্দাবাদ আদি ধ্বনিৰে বাগিছাৰ লাইনে লাইনে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ ওপৰিও ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত কেইবা শতাধিক  পুৰুষ মহিলাই প্ৰতিবাদ সাব্যস্ত কৰে। বহু ঠাইত অবৈধ সুৰাৰ ভাটি ভাঙি দিয়ে প্ৰতিবাদকাৰীয়ে।

বিশ্বনাথ পৰা শ্ৰীমন্ত দাস 
ই টিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.