ETV Bharat / state

ৰাস মহোৎসৱত কৃষ্ণ বন্দনা গালে বিধায়িকা আঙুৰলতাই - আঙুৰলতা ডেকা

লগতে ৰাস মহোৎসৱত উপস্থিত থকা ৰাইজক মনোৰঞ্জন দিয়াৰ উদ্দেশ্যে কৃষ্ণ বন্দনাও পৰিৱেশন কৰিলে বিধায়িকাগৰাকীয়ে ৷

ৰাস মহোৎসৱত কৃষ্ণ বন্দনা গালে বিধায়িকা আঙুৰলতাই
author img

By

Published : Nov 13, 2019, 12:09 PM IST

Updated : Nov 13, 2019, 2:15 PM IST

বিশ্বনাথ, 13 নৱেম্বৰঃ বিশ্বনাথৰ লেহুগাঁৱৰ ৰাস মহোৎসৱত উখল-মাখল পৰিৱেশ ৷ বিগত বৰ্ষৰ দৰে এইবাৰো বৃহত্তৰ লেহুগাঁওবাসীয়ে ৰাইজে আয়োজন কৰিছে 18তম ৰাস মহোৎসৱৰ । 18তম ৰাস মহোৎসৱত মঙলবাৰে উপস্থিত থাকে বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ আৰু বিধায়িকা আঙুৰলতা ডেকা ।

ৰাস মহোৎসৱত কৃষ্ণ বন্দনা গালে বিধায়িকা আঙুৰলতাই

আৰু পঢ়কঃ- অ-পৰিৱৰ্তিত ৰাজধানী দিল্লীৰ বায়ু প্ৰদূষণ

ৰাস মহোৎসৱত উপস্থিত থাকি বিধায়িকা আঙুৰলতা ডেকাই ৰাইজক উদ্দেশ্যে কয়, এটা হাঁহিৰে এখন সমাজক জয় কৰিব পাৰি ৷ গতিকে এই হাঁহিটো মুু​খত লৈ সকলোয়ে আগবাঢ়ক ৷ লগতে ৰাস মহোৎসৱত উপস্থিত থকা ৰাইজক মনোৰঞ্জন দিয়াৰ উদ্দেশ্যে কৃষ্ণ বন্দনাও পৰিৱেশন কৰিলে বিধায়িকাগৰাকীয়ে ৷

Intro:বিশ্বনাথতৰ লেহু গাওঁ ৰাস মহোৎসৱত উখল -মাখল পৰিৱেশ

Body:বিশ্বনাথতৰ লেহু গাওঁ ৰাস মহোৎসৱত উখল -মাখল পৰিৱেশ

Conclusion:ৰাজ্য আন আন ঠাই লগতে বিশ্বনাথতো উখল -মাখল পৰিৱেশ ৰাসক লৈ ।

আন বছৰ দৰে এইবাৰ বৃহত্তৰ লেহুগাওঁ বাসী ৰাইজে ১৮ তৰ্ম ৰাস মহোৎসৱৰ আয়োজন কৰিছে ।
এই ৰাস মহোৎসৱত আজি উপস্থিত থাকে বিশ্বনাথ বিধায়ক প্ৰমোদ বৰঠাকুৰ আৰু বিধায়কী আঙুৰলতা ।

ইফালে বিধায়কী আঙুৰলতাই ৰাস মহোৎসৱত উপস্থিত থাকি ৰাইজক উদ্দেশ্য কৰি কয় ।

এটা হাহিৰে এখন সমাজক জয় কৰিব গতিকে এই হাহিটোত কোনো খৰছ নাই গতিকে আমি মানুহৰ মন জয় কৰাবলৈ হলে এটা হাহিয়েই বহুত বুলি প্ৰকাশ কৰে ।

এই সন্দৰ্ভত বিশ্বনাথৰ লেহু গাওঁ পৰা ৰাস মহোৎসৱৰ সবিশেষ

বিশ্বনাথ পৰা
শ্ৰীমন্ত দাস
ইটিভি ভাৰত অসম
Last Updated : Nov 13, 2019, 2:15 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.