ETV Bharat / state

এখন ভৰিৰে নৃত্য় চৰ্চা অব্যাহত গহপুৰৰ ৰাণীৰ

author img

By

Published : Aug 14, 2020, 12:58 PM IST

স্বাধীনতা দিৱসক উদ্দেশ্যি নৃত্য় চৰ্চাত ব্য়স্ত হৈ পৰিছে গহপুৰৰ এগৰাকী বিশেষভাৱে সক্ষম কিশোৰী ৷ জনতা কামান আৰু ৰঞ্জুমণি কামানৰ কন্যা তথা ৰজাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্রী ৰাণী কামানে জন্মতে হেৰুৱাইছিল এখন ভৰি ৷ কিন্তু শাৰীৰিক বাধাগ্ৰস্ততাক আওকাণ কৰি প্ৰবল ইচ্ছাশক্তিৰ বাবে নৃত্য় চৰ্চা অব্যাহত ৰাখিছিল কিশোৰীগৰাকীয়ে ৷

indipendent day preparation of special able girl gohpur biswanath assam etv bharat news
এখন ভৰিৰে নৃত্য় চৰ্চা অব্যাহত গহপুৰৰ ৰাণীৰ

বিশ্বনাথ,14 আগষ্ট: সমগ্র দেশৰ লগতে ৰাজ্যতো শনিবাৰৰ দিনটোত বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা হ’ব ৭৪ সংখ্যক স্বাধীনতা দিৱস ৷ সমাগত স্বাধীনতা দিৱসক কেন্দ্ৰ কৰি ব্যস্ত হৈ পৰিছে ৰাজ্যৰ আৰক্ষী-প্ৰশাসন ৷ গহপুৰ মহকুমাতো এইবেলি অনাড়ম্বৰভাৱে উদযাপন কৰা হ’ব স্বাধীনতা দিৱস ৷

স্বাধীনতা দিৱসক উদ্দেশ্যি নৃত্য় চৰ্চাত ব্য়স্ত হৈ পৰিছে গহপুৰৰ এগৰাকী বিশেষভাৱে সক্ষম কিশোৰী ৷ জনতা কামান আৰু ৰঞ্জুমণি কামানৰ কন্যা তথা ৰজাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্রী ৰাণী কামানে জন্মতে হেৰুৱাইছিল এখন ভৰি ৷ কিন্তু শাৰীৰিক বাধাগ্ৰস্ততাক আওকাণ কৰি প্ৰবল ইচ্ছাশক্তিৰ বাবে নৃত্য় চৰ্চা অব্যাহত ৰাখিছিল কিশোৰীগৰাকীয়ে ৷ উল্লেখ্য যে, বিশেষভাৱে সক্ষম কিশোৰীগৰাকীয়ে বিগত সময়ছোৱাত নিজৰ প্ৰতিভাৰ জৰিয়তে বিভিন্ন ৰাষ্ট্ৰীয় অনুষ্ঠান আৰু ৰাজ্যৰ বিভিন্ন মঞ্চত নৃত্য প্ৰদৰ্শন কৰি ৰাইজৰ প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে ৷ কিশোৰীগৰাকীক এই কাৰ্যত সহায় আগবঢ়াই আহিছে খুড়াক দ্বীপেন কামানে ৷

লগতে চাওকঃ চিৰাঙৰ বান পৰিস্থিতি পৰিদৰ্শন মন্ত্ৰী চন্দন ব্ৰহ্মৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.