ETV Bharat / state

বিশ্বনাথত মন্ত্ৰী হিমন্তক তুলাধুনা চি পি আই এম এলৰ নেতা বিবেক দাসৰ

বিশ্বনাথত কেব সম্পৰ্কত মন্ত্ৰী হিমন্তক তাচ্ছিল্য কৰে চি পি আই এম এলৰ নেতা বিবেক দাসে, এক সাক্ষাৎকাৰত দাসে কয় যে,বৰ্তমানেও কেব উঠাই ল'বলৈ বিজেপি চৰকাৰৰ সময় আছে,অন্যথা চৰকাৰে ইয়াতকৈও ভয়ংকৰ প্ৰতিবাদৰ সন্মুখীন হ’ব ৷

author img

By

Published : Dec 9, 2019, 4:16 PM IST

বৰ্তমানেও কেব উঠাই লবলৈ বিজেপি চৰকাৰৰ সময় আছে
বিশ্বনাথত মন্ত্ৰী হিমন্তক তুলাধুনা চি পি আই এম এলৰ নেতা বিবেক দাসৰ

বিশ্বনাথ,9 ডিচেম্বৰঃ বিশ্বনাথত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত চি পি আই এম এলৰ কেন্দ্ৰীয় নেতা বিবেক দাসে সোমবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ সমগ্ৰ ৰাজ্যতে কেব বিৰোধী প্ৰতিবাদ অব্যাহত থকাৰ সময়তে দাসে কয় যে,বৰ্তমানেও কেব উঠাই ল'বলৈ বিজেপি চৰকাৰৰ সময় আছে ৷ অন্যথা চৰকাৰে ইয়াতকৈও ভয়ংকৰ প্ৰতিবাদৰ সন্মুখীন হ’ব ৷ আনহাতে,ডাঃ হিমন্ত বিশ্ব শৰ্মাক পোহনীয়া কুকুৰৰ লগত তুলনা কৰি তীব্ৰ সমালোচনা কৰে চি পি আই এম এলৰ নেতাজনে ৷

বিশ্বনাথত মন্ত্ৰী হিমন্তক তুলাধুনা চি পি আই এম এলৰ নেতা বিবেক দাসৰ

লগতে চাওকঃটীয়ক,ধেমাজি,শিৱসাগৰত অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ

Intro:as_biswanath_801_9_dec_dl_cpim_{al}dedar_scerpt_as10018

Body:মন্ত্ৰী হিমন্তবিশ্ব শৰ্মা এটা পোহনীয়া কুকুৰৰ লগত তুলনা
কেন্দ্ৰীয়
চি পি আই এম এল নেতা বিবেক দাসৰ ।

Conclusion:নাগৰিকত্ব সংশোধনী বিল ২০১৬ বাতিল দাবী চি পি আই এম এল কেন্দ্ৰীয় নেতা বিবেক দাসৰ দাবী ।

সমগ্ৰ ৰাজ্যতে কেব বিৰোধী প্ৰতিবাদ চলি থকা সময়তে চি পি আই এম এল নেতা বিবেক দাসে তীব্ৰ প্ৰতিক্ৰিয়াপ্ৰকাশকৰি কয় বৰ্তমান সময় আছে কেব খন উঠাই লবলৈ বিজেপি চৰকাৰৰ ।
অন্যথা ১৯৯৮৮ চনৰ আন্দোলনতকৈ অসমত ভংকৰ প্ৰতিবাদহ'ব বুলি মন্তব্য কৰে ইটিভি ভাৰত অসমৰ সন্মুখত ‌।
আনহাতে ড০ হিমন্ত বিশ্ব শৰ্মাক এটা পোহনীয়া কুকুৰ লগত তুলনা কৰে চি পি আই এম এল নেতা বিবেক দাসে ।
এই সন্দৰ্ভত ইটিভি ভাৰত অসমৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰ
এই দৰে নাগৰিকত্ব সংশোধনী বিল ২০১৬ বিৰুদ্ধে এই দৰে কয়
বিশ্বনাথ পৰা শ্ৰীমন্ত দাস
ইটিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.