ETV Bharat / state

ৰঞ্জিত দত্তৰ উপস্থিতিত গেৰুৱা বসন পিন্ধিলে একাংশ কা বিৰোধী নেতাই

author img

By

Published : Aug 27, 2020, 4:27 AM IST

বিহালী বিজেপিত যোগদান জাতীয় সংগঠনৰ নেতাসহ 3শৰো অধিক যুৱক-যুৱতী ৷ কেবিনেট মন্ত্ৰী ৰঞ্জিৎ দত্তৰ উপস্থিতিত যোগদান কাৰ্যসূচী ৷ সংগ্ৰামী যুৱ-পৰিষদ অসমৰ নেতা অৱতাৰ তাঁতিৰ ডিঙিত গেৰুৱা বসন ৷

বিশ্বনাথ, 26 আগষ্ট : ক্ৰমাৎ ৰাজ্য ৰাজনীতি গৰম বতাহ বলিছে । ৰাজ্যত এতিয়া উঠিছে যোগদানৰ ঢৌ । শিল্পীৰ পৰা আৰম্ভ কৰি অভিনেতা-অভিনেত্ৰী সকলোৱে মন মেলিছে ৰাজনীতি পথাৰলৈ ৷ কোনোৱে যদি কংগ্ৰেছ দলত আকৌ কোনোৱে বিজেপি দলত ।

গেৰুৱা বসন পিন্ধিলে একাংশ কা বিৰোধী নেতাই

তাৰ সমান্তৰালকৈ 'কা' বিৰোধী মঞ্চ একাংশ নেতা এতিয়া গেৰুৱা দলৰ প্ৰতি আকৰ্ষণ হৈ বিজেপি দলত যোগদান কৰা দেখা গৈছে ।

যোগদান সভাত উপস্থিত থকা একাংশ লোক
যোগদান সভাত উপস্থিত থকা একাংশ লোক

ইফালে বুধবাৰে অসমৰ আন আন ঠাই বিহালী সমষ্টিৰ বিধায়ক তথা কেৱিনেট মন্ত্ৰী ৰঞ্জিত দত্ত ওচৰত বহু কেইজন কা বিৰোধী নেতাই বিজেপি দলত যোগদান কৰে । এক কথাত ক'বলৈ গলে বিহালী সমষ্টিত শক্তিশালী হৈছে শাসনাধিষ্ঠ বিজেপি দল ৷

ৰঞ্জিত দত্তৰ ভাষ্য

নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে-লগে বিহালীত বৃদ্ধি পাইছে ৰাজনৈতিক তৎপৰতা ৷ বুধবাৰে বিহালীৰ জিনজিয়াস্থিত ৰংগমঞ্চত বিহালী বাঘমৰা মণ্ডল কমিটি উদ্যোগত আয়োজন কৰা এক যোগদান কাৰ্যসূচীত উপস্থিত থাকে বিধায়ক তথা মন্ত্ৰী ৰঞ্জিত দত্ত আৰু বিশ্বনাথ জিলা সভাপতি দিগন্ত ঘাটোৱাৰ ।

সংগ্ৰামী যুৱ-পৰিষদ অসমৰ নেতাৰ ভাষ্য

এই যোগদান কাৰ্যসূচীত বিহালীৰ বিধায়ক-মন্ত্ৰী ৰঞ্জিৎ দত্তৰ উপস্থিত বিহালীৰ প্ৰায় 300 যুৱক-যুৱতী লগতে অসম সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ কেইবাজনো সদস্যই বিজেপি দলত
যোগদান কৰে ৷

দিগন্ত ঘাটোৱাৰৰ ভাষ্য

বিধায়ক-মন্ত্ৰী ৰঞ্জিৎ দত্তই জনোৱামতে,বিহালীৰ সংগ্ৰামী যুৱ-পৰিষদ অসমৰ জিনজিয়া আঞ্চলিকৰ প্ৰাক্তন সভাপতি অৱতাৰ তাঁতি তথা জাতীয় সংগঠনৰ নেতাৰ পৰা আৰম্ভ কৰি কংগ্ৰেছ,চিপিআই(এম-এল)ৰ কৰ্মীয়ে যোগদান কৰিছে বিজেপিত ৷ ইফালে এতিয়া 'কা' বিৰোধী জাতীয়তাবাদী সংগঠন সেই নেতাই 'কা'খন লাগে বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ।

লগতে পঢ়কঃ শিল্পী ৰঞ্জন বেজবৰুৱালৈ ৰাষ্ট্ৰীয় সংস্কৃত গীতিকাৰ সন্মান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.