ETV Bharat / state

কলগাছিয়াৰ চানপুৰ গাঁৱত ভস্মীভূত তিনিটাকৈ ঘৰ

স্থানীয় ৰাইজৰ অভিযোগ ঘৰত কোনো নথকাৰ সুযোগত নিশা ১১-৩০ বজাত দুষ্কৃতিকাৰীয়ে জ্বলাই দিয়ে ঘৰকেইটা ৷

author img

By

Published : Mar 6, 2020, 11:34 AM IST

thursday night fire at kalgachia sanpur gaon
কলগাছিয়াৰ চানপুৰ গাঁৱত ভস্মীভূত তিনিটাকৈ ঘৰ

কলগাছিয়া,6 মাৰ্চঃ কলগাছিয়াৰ চানপুৰ গাঁৱত নিশা অগ্নিকাণ্ডৰ ঘটনা ৷ অগ্নিকাণ্ডৰ ফলত তিনিটাকৈ ঘৰ ভস্মীভূত ৷ স্থানীয় ৰাইজৰ অভিযোগ ঘৰত কোনো নথকাৰ সুযোগত নিশা ১১-৩০ বজাত কোনো দুষ্কৃতিকাৰীয়ে জ্বলাই দিয়ে ঘৰকেইটা । স্থানীয় ৰাইজে জনোৱা মতে,বৃহস্পতিবাৰে নিশা দুষ্কৃতিকাৰীয়ে চানপুৰ গাঁৱৰ আছিৰুদ্দিনৰ ঘৰত কোনো নথকাৰ সুযোগত অগ্নিসংযোগ কৰে ৷ কিছুদিনৰ আগত একেটা পৰিয়ালৰ মাজত মাটি কেন্দ্ৰিক এক কাজিয়াত এজন মানুহৰ মৃত্যু ঘটে। তাৰে গোচৰত এজন ভাতৃসহ আছুৰুদ্দিন জেল হাজোতত থকাৰ বাবে সম্প্ৰতি আছুৰুদ্দিনৰ ঘৰত কোনো নথকাৰ সুযোগত শত্ৰু পক্ষই এনেদৰে ঘৰ জ্বলাই দিয়াৰ সন্দেহ কৰিছে আছুৰুদ্দিনৰ পৰিয়াল আৰু আত্মীয়ই।

লগতে পঢ়কঃড্ৰাগছৰ বিৰুদ্ধে জেহাদ ঘোষণা অসম আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.