ETV Bharat / state

বৰপেটাৰ সৰুক্ষেত্ৰীত বৈষ্ণৱী পৰম্পৰাৰে ব্যতিক্ৰমী কালী পূজা - ৬২ বছৰে বলি-বিধান অবিহনে

দীপাৱলীৰ সৈতে পৰম্পৰা অনুসৰি শনিবাৰে বৰপেটাৰ গহিয়াত কালী পূজা অনুষ্ঠিত কৰা হৈছে |বৰপেটাবাসীয়ে কিন্তু ৬২ বছৰে বলি-বিধান অবিহনে ব্যতিক্ৰমীভাৱে অনুষ্ঠিত হৈ আহিছে এই কালী পূজা ৷ এটা ঘটক প্ৰতীকি হিচাপে লৈ স্থানীয় ৰাইজে কৰি আহিছে শক্তিৰ উপসনা ৷

as_bar_The exceptional Kali Puja of Barpeta_img_as10038
বৰপেটাৰ সৰুক্ষেত্ৰীত বৈষ্ণৱী পৰম্পৰাৰে ব্যতিক্ৰমী কালী পূজা
author img

By

Published : Nov 14, 2020, 5:33 PM IST

বৰপেটা, ১৪ নৱেম্বৰ: শনিবাৰে ৰাজ্যজুৰি শক্তিৰ উপাসনা অধিষ্ঠাত্ৰী দেৱী মা কালী পূজা অৰ্চনা অনুষ্ঠিত কৰা হৈছে ৷ দীপাৱলীৰ সৈতে পৰম্পৰা অনুসৰি শনিবাৰে বৰপেটাৰ গহিয়াত কালী পূজা অনুষ্ঠিত কৰা হৈছে ৷ মূলতঃ কালী পূজাত মূৰ্তি আৰু বলি-বিধান আৱশ্যক যদিও বৰপেটাৰ সৰুক্ষেত্ৰীৰ গহিয়াত ৬২ বছৰে বলি-বিধান অবিহনে ব্যতিক্ৰমীভাৱে অনুষ্ঠিত হৈ আহিছে কালী পূজা ৷

as_bar_The exceptional Kali Puja of Barpeta_img_as10038
বৰপেটাৰ সৰুক্ষেত্ৰীত বৈষ্ণৱী পৰম্পৰাৰে ব্যতিক্ৰমী কালী পূজা

এটা ঘটক প্ৰতীকি হিচাপে লৈ স্থানীয় ৰাইজে শক্তিৰ উপসনা কৰি এক আদৰ্শ দেখুৱাই আহিছে ৷ পূৰ্বৰ পৰম্পৰা অনুসৰি এইবছৰো বলি অবিহনে শনিবাৰৰ পৰা সোমবাৰলৈ তিনিদিনীয়া কাৰ্যসূচীৰে বৈষ্ণৱ পৰম্পৰাৰে শ্ৰীশ্ৰী শ্যামা পূজা অনুষ্ঠিত কৰা হৈছে ।

অৱশ্যে এইবেলি মহামাৰী ক'ৰণাৰ বাবে গহিয়া গাঁও উন্নয়ন সমিতিয়ে অতি অনুষ্টুপীয়াকৈ পূজা অনুষ্ঠিত কৰিছে আৰু পূজা উপলক্ষে নাম প্ৰসংগ আদিৰ আয়োজন কৰিছে ৷

লগতে পঢ়ক: কোচ ৰাজবংশী জাতীয় মহাসভাৰ চিৰাং জিলা সমিতি ভংগ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.