ETV Bharat / state

বৰপেটাৰোডত তিনিদিনীয়াকৈ শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱ মহোৎসৱ - Srimanta Sankardeva

বৰপেটাৰোড শাখা সত্ৰত আৰম্ভ হ'ল জগতগুৰু গৰাকীৰ 571 সংখ্যক আবিৰ্ভাৱ মহোৎসৱ ৷

বৰপেটাৰোডত তিনিদিনীয়াকৈ শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱ মহোৎসৱ
author img

By

Published : Oct 8, 2019, 6:08 AM IST

বৰপেটাৰোড,7 অক্টোবৰ : সোমবাৰে পুৱাৰে পৰা বৰপেটাৰোডৰ শাখা সত্ৰত তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 571 সংখ্যক আবিৰ্ভাৱ মহোৎসৱ ৷ পুৱা ভাগৱত পাঠ কাৰ্যসূচীৰে শুভাৰম্ভ হোৱা এই অনুষ্ঠান তিনিদিনীয়া বিস্তৃত কাৰ্যক্ৰমণিকাৰে আৰম্ভ কৰা হৈছে ৷ ভাগৱত পাঠৰ পাছতে অনুষ্ঠানত বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰা হয় আৰু ইয়াৰ পাছতেই আবিৰ্ভাৱ মহোৎসৱ উদযাপন সমিতিৰ সভাপতি মন্টু ওজাৰ সভাপতিত্বত ধৰ্মালোচনী সভাত উন্মোচিত কৰা হয় স্মৃতিগ্ৰন্থ 'নিৰ্মালি' ৷

বৰপেটাৰোড শাখা সত্ৰত আৰম্ভ জগতগুৰু গৰাকীৰ 571 সংখ্যক আবিৰ্ভাৱ মহোৎসৱ ৷

ইফালে সন্ধিয়াৰ ভাগত নামতি দলে নাম পৰিবেশন কৰাৰ লগতে স্বস্তিক নৃত্য কেন্দ্ৰৰ শিল্পী সকলে শংকৰী কলা-কৃষ্টিৰ এক সুন্দৰ অনুষ্ঠান পৰিৱেশন কৰে ৷ আনহাতে জগতগুৰু গৰাকীৰ 571 সংখ্যক আবিৰ্ভাৱ মহোৎসৱ উপলক্ষে কাইলৈ পুৱা হ'বলগীয়া ভাগৱত শোভাযাত্ৰা ৰাজ্যিক বিজেপিৰ সভাপতি তথা সৰভোগ সমষ্টিৰ বিধায়ক ৰণজিৎ দাসে উদ্বোধন কৰিব বুলি বিষয়ববীয়াই সাংবাদিকক জানিবলৈ দিয়ে ৷

Intro:জগত গুৰু শ্ৰীমন্তশঙ্কৰদেৱৰ ৫৭১ সংখ্যক আবিৰ্ভাব মহোৎসৱ বৰপেটাৰোড শাখা সত্ৰত সোমবাৰৰ পৰা তিনিদিনীয়া বিস্তৃত কাৰ্যক্ৰমণিকাৰে আৰম্ভ হৈছে ৷
বৰপেটাৰোড ৮ অক্টোবৰ :মবাৰে পুৱা ভাগৱত পাঠেৰে কাৰ্যসূচী শুভাৰম্ভ কৰাৰ পাছত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ ইয়াৰ পাছতেই আবিৰ্ভাব মহোৎসৱ উদযাপন সমিতিৰ সভাপতি মন্টু ওজাৰ সভাপতিত্বত ধৰ্মালোচনী সভাত স্মৃতিগ্ৰন্থ 'নিৰ্মালি' উন্মোচন কৰা হয় লগতে সন্ধিয়াৰ ভাগত নামতি দলে নাম পৰিবেশন কৰাৰ লগতে স্বস্তিক নৃত্য কেন্দ্ৰৰ স্হানীয় শিল্পী সকলে শঙ্কৰী কলা-কৃষ্টি পৰিবেশন কৰে ৷ আনহাতে মঙ্গলবাৰে পুৱা ভাগৱত শোভাযাত্ৰা উদ্বোধন কৰিবলৈ উপস্থিত থাকিব ৰাজ্যিক বিজেপিৰ সভাপতি তথা সৰভোগৰ বিধায়ক ৰণজিৎ কুমাৰ দাসে ৷Body:বৰপেটাৰোড ৮ অক্টোবৰ : গত গুৰু শ্ৰীমন্তশঙ্কৰদেৱৰ ৫৭১ সংখ্যক আবিৰ্ভাব মহোৎসৱ বৰপেটাৰোড শাখা সত্ৰত সোমবাৰৰ পৰা তিনিদিনীয়া বিস্তৃত কাৰ্যক্ৰমণিকাৰে আৰম্ভ হৈছে ৷ সোমবাৰে পুৱা ভাগৱত পাঠেৰে কাৰ্যসূচী শুভাৰম্ভ কৰাৰ পাছত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ ইয়াৰ পাছতেই আবিৰ্ভাব মহোৎসৱ উদযাপন সমিতিৰ সভাপতি মন্টু ওজাৰ সভাপতিত্বত ধৰ্মালোচনী সভাত স্মৃতিগ্ৰন্থ 'নিৰ্মালি' উন্মোচন কৰা হয় লগতে সন্ধিয়াৰ ভাগত নামতি দলে নাম পৰিবেশন কৰাৰ লগতে স্বস্তিক নৃত্য কেন্দ্ৰৰ স্হানীয় শিল্পী সকলে শঙ্কৰী কলা-কৃষ্টি পৰিবেশন কৰে ৷ আনহাতে মঙ্গলবাৰে পুৱা ভাগৱত শোভাযাত্ৰা উদ্বোধন কৰিবলৈ উপস্থিত থাকিব ৰাজ্যিক বিজেপিৰ সভাপতি তথা সৰভোগৰ বিধায়ক ৰণজিৎ কুমাৰ দাসে ৷Conclusion:Abdul khaleque Ahmed
Etv Bharat
Barpeta road
9957907059
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.