ETV Bharat / state

কলগাছিয়াত COVID প্ৰট'কল উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ আৰক্ষী

author img

By

Published : Sep 19, 2020, 4:30 PM IST

শনিবাৰে কলগাছিয়াত COVID প্ৰট'কল উলংঘা কৰা প্ৰতিজন লোকৰ পৰা আৰক্ষীয়ে 500 টকাকৈ জৰিমনা বিহে ৷ COVID প্ৰট'কল উলংঘা লোকৰ বিৰুদ্ধে আৰক্ষীৰ এনে কঠোৰতাক আদৰণি জনাইছে সচেতন ৰাইজে ৷

COVID প্ৰট'কল উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ আৰক্ষী

জনীয়া, 19 চেপ্তেম্বৰ: কলগাছিয়াত মাস্ক আৰু হেলমেট পৰিধান নকৰা লোকৰ বিৰুদ্ধে কঠোৰ আৰক্ষী ৷ কৰ'ণা মাহামাৰীৰ কবলৰ পৰা হাত সাৰি থাকিবলৈ স্বাস্থ্য বিভাগৰ লগতে চৰকাৰে ৰাইজক মাস্ক পৰিধান কৰিবলৈ আহ্বান জনাইছে যদিও, সেই নিয়মক একাংশ লোকে উলংঘা কৰা পৰিলক্ষিত হৈছে ৷ যাৰ বাবে কলগাছিয়াত শনিবাৰে তেনে লোকৰ বিৰুদ্ধে অভিযান চলায় আৰক্ষীয়ে ৷ COVID প্ৰট'কল উলংঘা কৰা প্ৰতি জন লোকৰ পৰা আৰক্ষীয়ে 500 টকাকৈ জৰিমনা বিহে ৷ আৰক্ষীৰ এনে পদক্ষেপক আদৰণি জনাইছে একাংশ সচেতন নাগৰিকে ৷

কলগাছিয়াত COVID প্ৰট'কল উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ আৰক্ষী

লগতে পঢ়ক: ডুমডুমাত বিধায়ক দুৰ্গা ভূমিজ, সঞ্জয় কিষাণ আৰু সুৰেন ফুকনৰ প্ৰতিমূৰ্ত্তি দাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.