জনীয়া, ০৬ জুলাই: জনীয়া সমষ্টিৰ কলগাছিয়াত আজমল কলেজৰ উদ্যোগত মানুহৰ ঘৰে ঘৰে গৈ বিতৰণ কৰা হয় ২০০ গছপুলি । গছ পুলি বিতৰণৰ মূল উদ্দেশ্য হ'ল গোলকীয় উষ্ণতা ৰোধ কৰা। কাৰণ দিনক দিনে বৃদ্ধি পাই আহিছে গোলকীয় উষ্ণতা । বিভিন্ন ধৰণৰ কোম্পানী, যান বাহনৰ পৰা পৰা হোৱা প্ৰদূষণ ৰোধ কৰাৰ বাবে গছ পুলি ৰুব লাগিব। সেই উদ্দেশ্যে আগত ৰাখি আজি কলগাছিয়া আজমল কলেজৰ পৰা ছাত্র-ছাত্ৰী আৰু শিক্ষক শিক্ষয়ত্ৰী সকলে শাৰী পাতি মানুহৰ ঘৰে ঘৰে গৈ গছ পুলি বিতৰণ কৰে। লগতে আজমল কলেজৰ প্ৰত্যেকজন ছাত্র-ছাত্ৰীয়ে দুটাকৈ গছ পুলি ৰোৱাৰ লগতে তেওঁলোকৰ বন্ধু-বান্ধৱী সকলকো গছপুলি ৰুবলৈ আহ্বান জনায়। গছ পুলি বিতৰণ যাত্ৰা কলেজৰ পৰা আৰম্ভ কৰি ওচৰত থকা গাওঁখনলৈ বিতৰণ কৰে।
আজমল কলেজৰ উদ্যোগত ঘৰে ঘৰে গছ পুলি বিতৰণ - কলগাছিয়া
কলগাছিয়া আজমল কলেজৰ উদ্যোগত ২০০ জোপা গছ পুলি বিতৰণ। এই বিতৰণত প্ৰকৃতি প্ৰেমৰ অনন্য নিদৰ্শন দাঙি ধৰিলে আজমল কলেজে।
জনীয়া, ০৬ জুলাই: জনীয়া সমষ্টিৰ কলগাছিয়াত আজমল কলেজৰ উদ্যোগত মানুহৰ ঘৰে ঘৰে গৈ বিতৰণ কৰা হয় ২০০ গছপুলি । গছ পুলি বিতৰণৰ মূল উদ্দেশ্য হ'ল গোলকীয় উষ্ণতা ৰোধ কৰা। কাৰণ দিনক দিনে বৃদ্ধি পাই আহিছে গোলকীয় উষ্ণতা । বিভিন্ন ধৰণৰ কোম্পানী, যান বাহনৰ পৰা পৰা হোৱা প্ৰদূষণ ৰোধ কৰাৰ বাবে গছ পুলি ৰুব লাগিব। সেই উদ্দেশ্যে আগত ৰাখি আজি কলগাছিয়া আজমল কলেজৰ পৰা ছাত্র-ছাত্ৰী আৰু শিক্ষক শিক্ষয়ত্ৰী সকলে শাৰী পাতি মানুহৰ ঘৰে ঘৰে গৈ গছ পুলি বিতৰণ কৰে। লগতে আজমল কলেজৰ প্ৰত্যেকজন ছাত্র-ছাত্ৰীয়ে দুটাকৈ গছ পুলি ৰোৱাৰ লগতে তেওঁলোকৰ বন্ধু-বান্ধৱী সকলকো গছপুলি ৰুবলৈ আহ্বান জনায়। গছ পুলি বিতৰণ যাত্ৰা কলেজৰ পৰা আৰম্ভ কৰি ওচৰত থকা গাওঁখনলৈ বিতৰণ কৰে।
জনীয়া, ০৬ জুলাই: কলগাছিয়া আজমল কলেজৰ উদ্যোগত ২০০ খন গছপুলি বিতৰণ। এই বিতৰণত প্ৰকৃতি প্ৰেমৰ অনন্য নিদৰ্শন দাঙি ধৰিলে আজমল কলেজে।Body:slug: as_jania_06jul_gos_puli_bitaron_spl_story_vis4+byt3_asc10058
জনীয়া সমষ্টিৰ কলগাছিয়াত আজমল কলেজৰ উদ্যোগত মানুহৰ ঘৰে ঘৰে গৈ ২০০ গছপুলি বিতৰণ কৰে। গছ পুলি বিতৰণৰ মূল উদ্দেশ্য হল গোলকীয় উষ্ণতা ৰোধ কৰা। কাৰণ দিনক দিনে বৃদ্ধি পাই আহিছে গোলকীয় উষ্ণতা । বিভিন্ন ধৰণৰ কোম্পানী, যান বাহনৰ পৰা পৰা ওলোৱা যিবিলাক প্ৰদূষণ এই প্ৰদূষণ ৰোধ কৰাৰ বাবে গছ পুলি ৰুব লাগিব। সেই উদ্দেশ্যে আগত ৰাখি আজি কলগাছিয়া আজমল কলেজৰ পৰা ছাত্র-ছাত্ৰী আৰু শিক্ষক শিক্ষয়ত্ৰী সকলে শাৰী পাতি মানুহৰ ঘৰে ঘৰে গৈ গছ পুলি বিতৰণ কৰে। আৰু আজমল কলেজৰ প্ৰত্যেকজন ছাত্র-ছাত্ৰীয়ে দুটাকৈ গছ পুলি ৰোৱাৰ লগতে তেওঁলোকৰ বন্ধু-বান্ধৱী সকলকো গছপুলি ৰুবলৈ আহ্বান জনায়। গছ পুলি বিতৰণ যাত্ৰা কলেজৰ পৰা আৰম্ভ কৰি ওচৰত থকা গাওঁখনলৈ বিতৰণ কৰে।Conclusion:slug: as_jania_06jul_gos_puli_bitaron_spl_story_vis4+byt3_asc10058
বাইট: কলেজৰ অধ্যক্ষ, শিক্ষয়ত্ৰী আৰু ছাত্র।
স্বফিকুল হাছান, জনীয়া।