ETV Bharat / state

কলগাছিয়া সাংবাদিকক সম্বৰ্ধনা যুৱ নেতাৰ

author img

By

Published : May 10, 2020, 8:29 PM IST

দেওবাৰে কলগাছিয়া মহকুমা সাংবাদিক সন্থাৰ সাংবাদিকক মাস্ক, ছেনিটাইজাৰ বিতৰণৰ লগতে ফুলাম গামোচাৰে সম্বৰ্ধনা জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা তথা যুৱ নেতা স্বহিদুল ইছলামে ।

কলগাছিয়া
কলগাছিয়া সাংবাদিকক সম্বৰ্ধনা যুৱ নেতাৰ

বৰপেটা, ১০ মে': বৰপেটাৰ কলগাছিয়া মহকুমা সাংবাদিক সন্থাৰ সাংবাদিকক দেওবাৰে মাস্ক, ছেনিটাইজাৰ বিতৰণ কৰাৰ লগতে ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয় । উপন্যাসিক,কবি, গল্পকাৰ, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা, বিজেপি দলৰ সদস্য যুৱ নেতা স্বহিদুল ইছলামে জ্ঞাপন কৰে এই সম্বৰ্ধনা ।

কলগাছিয়া
কলগাছিয়া সাংবাদিকক সম্বৰ্ধনা যুৱ নেতাৰ

মহামাৰী কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিয়া চিকিৎসক তথা স্বাস্থ্য সেৱাৰ লগত জড়িত কৰ্মীসকল, আৰক্ষী প্ৰশাসনক কৃতজ্ঞতা জনোৱাৰ উপৰিও সমাজৰ প্ৰতিটো খবৰ জনসাধৰণক দাঙি ধৰি নিষ্ঠা আৰু সক্ৰিয়তাৰে সংবাদ সেৱা আগবঢ়োৱা সাংবাদিকসকলৰ প্ৰতি আপ্লুত হৈ দেওবাৰে জনীয়া সমষ্টিৰ যুৱ নেতা গৰাকীয়ে সম্বৰ্ধনা জ্ঞাপন কৰে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.