ETV Bharat / state

বৰপেটাত আবকাৰী বিভাগৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ চুলাই

author img

By

Published : Nov 8, 2020, 4:17 PM IST

Updated : Nov 8, 2020, 6:08 PM IST

বৰপেটা চহৰত বৈধ অনুজ্ঞাপত্ৰ থকা সুৰা বিপনী নাই যদিও এচাম অসাধু সুৰা ব্যৱসায়ীয়ে বৰপেটা চহৰৰ লগতে চহৰখনৰ দাঁতিকাষৰীয়া গাঁওসমূহত অবৈধভাবে মদৰ ব্যৱসায় চলাই আহিছে ৷

Local Wine Seize in Barpeta
বৰপেটাত আবকাৰী বিভাগৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ চুলাই

বৰপেটা, 8 নৱেম্বৰঃ সত্ৰনগৰী বৰপেটাৰ সমীপৰ পাটবাউসীত দেওবাৰে আবকাৰী বিভাগে প্ৰায় দুই হাজাৰ লিটাৰ চুলাই জব্দ কৰে ৷ আবকাৰী বিভাগে অভিযান চলাই AS 15 AC 3382 নম্বৰৰ এখন মেজিক গাড়ীৰ পৰা জব্দ কৰে চুলাই মদখিনি ৷ চুলাইখিনি পাশ্বৱর্তী অঞ্চলৰ পৰা বৰপেটা চহৰলৈ আনি থকা হৈছিল বুলি সন্দেহ কৰা হৈছে ৷

সত্ৰনগৰী হিচাপে প্ৰসিদ্ধ বৰপেটা চহৰত বৈধ অনুজ্ঞাপত্ৰ থকা সুৰা বিপনী নাই যদিও এচাম অসাধু সুৰা ব্যৱসায়ীয়ে বৰপেটা চহৰৰ লগতে চহৰখনৰ দাঁতিকাষৰীয়া গাঁওসমূহত অবৈধভাবে মদৰ ব্যৱসায় চলাই আহিছে ৷ বিশেষকৈ আবকাৰী বিভাগৰ নিষ্কিয় ভূমিকাৰ বাবেই চহৰখনত ব্যাপক হাৰত গঢ় লৈ উঠিছে সুৰা ব্যৱসায় ৷ বৰপেটাৰ একাংশ লোকে সামাজিক মাধ্যমৰ জৰিয়তে অবৈধ সুৰা ব্যৱসায়ৰ বিৰুদ্ধে জাগৰণৰ সৃষ্টি কৰিবলৈ প্ৰয়াস চলাই অহাৰ মাজতেই দেওবাৰে আবকাৰী বিভাগে অভিযান চলাই জব্দ কৰে চুলাই মদখিনি ৷

লগতে পঢ়ক: মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফেচবুক পেজ বন্ধ কৰাৰ দাবী বদৰুদ্দিন আজমলৰ

Last Updated : Nov 8, 2020, 6:08 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.