ETV Bharat / state

এআইইউডিএফৰ কাৰ্যালয় স্থাপনক লৈ সৰৱ কল্পনা পাটোৱাৰী - সৰুক্ষেত্ৰী সমষ্টি

6 এপ্ৰিলত সৰুক্ষেত্ৰীত অনুষ্ঠিত হ'ব তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণ ৷ ভোট গ্ৰহণৰ দিন চমু চাপি অহাৰ লগে লগে বৃদ্ধি পাইছে বোকা চটিওৱা ৰাজনীতিৰ এক তুমুল ৰণ ৷ সৰুক্ষেত্ৰী সমষ্টিৰ সৰ্থেবাৰীৰ মাজমজিয়াত এআইইউডিএফ দলৰ কাৰ্যালয় স্থাপন কৰাক লৈ সৰৱ হৈ পৰিছে সৰুক্ষেত্ৰী সমষ্টিৰ মিত্ৰজোঁটৰ অগপ প্ৰাৰ্থী কল্পনা পাটোৱাৰী ।

সৰ্থেবাৰীত এআইইউডিএফৰ কাৰ্যালয় স্থাপনকলৈ সৰৱ কল্পনা পাটোৱাৰী

author img

By

Published : Apr 1, 2021, 6:40 PM IST

বৰপেটা,1 এপ্ৰিল: প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ পাচতে ৰাজ্যত ক্ৰমাত গৰম হৈছে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী বতাহ ৷ 6 এপ্ৰিলত সৰুক্ষেত্ৰীত অনুষ্ঠিত হ'ব তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণ ৷ ভোট গ্ৰহণৰ দিন চমু চাপি অহাৰ লগে লগে বৃদ্ধি পাইছে বোকা চটিওৱা ৰাজনীতিৰ এক তুমুল ৰণ ৷ সৰুক্ষেত্ৰী সমষ্টিৰ সৰ্থেবাৰীৰ মাজমজিয়াত এআইইউডিএফ দলৰ কাৰ্যালয় স্থাপন কৰাক লৈ সৰৱ হৈ পৰিছে সৰুক্ষেত্ৰী সমষ্টিৰ মিত্ৰজোঁটৰ অগপ প্ৰাৰ্থী কল্পনা পাটোৱাৰী ।

সৰ্থেবাৰীত এআইইউডিএফৰ কাৰ্যালয় স্থাপনকলৈ সৰৱ কল্পনা পাটোৱাৰী

আইএমডিটি আইনৰ ফলত সৃষ্টি হোৱা এআইইউডিএফ দলৰ বিচাৰধাৰাক জাতিদ্ৰোহী আখ্যা দিয়াৰ লগতে যিসকল অসমীয়াই সৰ্থেবাৰীত এআইইউডিএফ দলৰ কাৰ্যালয় স্থাপন কৰিছে, তেওঁলোককো জাতিদ্ৰোহী আখ্যা দিছে মিত্ৰজোঁটৰ প্ৰাৰ্থী কল্পনা পাটোৱাৰীয়ে । কোনে পইচা লৈ নিজৰ স্বাৰ্থ পূৰণ কৰিবলৈ মিনাক্ষীক সহায় কৰিব বিচাৰিছে, সেই তথ্য কল্পনা পাটোৱাৰীৰ হাতত থকা বুলিও বিস্ফোৰক মন্তব্য কৰে ৷

আনহাতে কংগ্ৰেছৰ প্ৰাৰ্থী জাকিৰ হুছেইন শিকদাৰকো সমালোচনা কৰে কল্পনা পাটোৱাৰীয়ে । বুধবাৰে সৰ্থেবাৰীত অনুষ্ঠিত মিত্ৰজোঁটৰ বিশাল নিৰ্বাচনী সভাত প্ৰাৰ্থী গৰাকীয়ে কৰা মন্তব্যক লৈ এতিয়া সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া ৷

লগতে পঢ়ক: ফেচবুকত গৰিয়া-মৰিয়া দেশী সম্পৰ্কে বিৰ্তকিত পোষ্ট

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.