ETV Bharat / state

জনিয়াত ৮১৬০৮ টা ভোটত জয়ী AIUDF প্ৰাৰ্থী হাফিজ ৰফিকুল ইছলাম - উপনিৰ্বাচনৰ ফলাফল: জনিয়াত কোনে মাৰিব শেষ হাঁহি !

উল্লেখ্য যে মুঠ ১৪ খন টেবুলত, ১৭ টা ৰাউণ্ডত চলিছিল ভোট গণনা। মূলত বিজেপিৰ তৌফিকুৰ ৰহমান,কংগ্ৰেছৰ চামছুল হক আৰু এ আই ইউ ডি এফৰ হাফিজ ৰফিকুল ইছলামৰ মাজত হৈছিল যুজঁ খন বিজেপি ১৫২৩৯ কংগ্ৰেছ ৪৬৫৭১ AIUDF ৮১৬০৮

উপনিৰ্বাচনৰ ফলাফল
author img

By

Published : Oct 24, 2019, 10:46 AM IST

Updated : Oct 24, 2019, 3:19 PM IST

বৰপেটা, 24 অক্টোবৰ: জনিয়াত সংখ্যালঘুৰ শেষ হাঁহি ৷ তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ অন্তত বিজয়ী এ আই ইউ ডি এফ প্ৰাৰ্থী হাফিজ ৰফিকুল ইছলাম ৷ অৱশ্যে নিৰ্বাচনী বিষয়াই এইপৰ্যন্ত আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই ৰফিকুল ইছলামৰ বিজয় ৷ কংগ্ৰেছ প্ৰাৰ্থী চামছুল হকক ৩৫০৩৭ টা ভোটত পৰাজিত কৰে হাফিজ ৰফিকুল ইছলামে ৷ ইতিমধ্যে সম্পূৰ্ণ হৈছে ভোট গণনা ৷

জনিয়াত AIUDF প্ৰাৰ্থী জয়ী

Intro:আজি ৰাজ্যৰ চাৰিটা বিধান সভা সমষ্টিৰ উপ নিৰ্বাচনৰ ভোট গণনা আৰম্ভ হৈছে । বৰপেটা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা ভোট গণনা কক্ষত ভোট গণনা ৰ প্ৰাৰম্ভিক কাম কাজ আৰম্ভ হৈছে । মুঠ ১৪খন টেবুলত ১৭ ৰাউণ্ডত চলিব ভোট গণনা । ভোট গণনাৰ বাবে কাউণ্টিং পাৰ্চনেল ৩০ জন, কাউণ্টিং এচিছটেণ্ট ৩০ জন আৰু ৩৫ জন মাইক্ৰ অবজাৰভাৰ নিয়োগ কৰা হৈছে ।

Body:জনীয়া উপ নিৰ্বাচনত মুঠ ৯ জন প্ৰাৰ্থী য়ে প্ৰতিদ্বন্দিতা হব । অবশ্যে সমষ্টি টোত তিনি কোনীয়া প্ৰতিদ্বন্দিতা হব । মুলত বিজেপিৰ তৌফিকুৰ ৰহমান, কংগ্ৰেছৰ চামছুল হক আৰু এ আই ইউ ডি এফৰ হাফিজ ৰফিকুল ইছলামৰ মাজত মুল যুজঁ খন হব ।

Conclusion:বাপকন দাস, বৰপেটা
Last Updated : Oct 24, 2019, 3:19 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.