ETV Bharat / state

কলগাছিয়াৰ চতলাত অব্যাহত গৰাখহনীয়াঃ কাণসাৰ নাই স্থানীয় বিধায়কৰ

বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত চতলা গাঁৱত বিগত চাৰিমাহ ধৰি অব্যাহত আছে বেকী নদীৰ ভয়ংকৰ গৰাখহনীয়া। খহনীয়াত জাহ গৈছে অৰ্ধশতাধিক পৰিয়ালৰ বাসগৃহৰ লগতে শ শ বিঘা কৃষিভূমি ৷ তদুপৰি মানাহ আৰু বেকী নদীৰ ভয়ংকৰ খহনীয়াৰ কৱলত পৰি একপ্ৰকাৰ নিশ্চিহ্ন হৈ পৰিছে চতলা গাঁও ৷

author img

By

Published : Dec 23, 2020, 9:15 AM IST

Updated : Dec 23, 2020, 11:34 AM IST

Erosion at Kalgachia
কলগাছিয়াৰ চতলাত অব্যাহত গৰাখহনীয়াঃকাণসাৰ নাই স্থানীয় বিধায়কৰ

জনীয়া,23 ডিচেম্বৰঃ বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত চতলা গাঁৱত বিগত চাৰিমাহ ধৰি অব্যাহত আছে বেকী নদীৰ ভয়ংকৰ গৰাখহনীয়া। খহনীয়াত জাহ গৈছে অৰ্ধশতাধিক পৰিয়ালৰ বাসগৃহৰ লগতে শ শ বিঘা কৃষিভূমি ৷ যাৰ ফলত অনিদ্ৰা-অনাহাৰে মুকলি পথাৰত জীৱন কটাব লগা হৈছে খহনীয়াগ্ৰস্ত ৰাইজে।

কলগাছিয়াৰ চতলাত অব্যাহত গৰাখহনীয়াঃ কাণসাৰ নাই স্থানীয় বিধায়কৰ

তদুপৰি মানাহ আৰু বেকী নদীৰ ভয়ংকৰ খহনীয়াৰ কৱলত পৰি একপ্ৰকাৰ নিশ্চিহ্ন হৈ পৰিছে চতলা গাঁও ৷ কিন্তু তৎস্বত্তেও খহনীয়াগ্ৰস্তৰ লোকৰ খবৰ ল'বলৈ আহৰি নাই বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদৰ ৷ বিধায়কগৰাকীৰ এনে কাৰ্যত এতিয়া ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ ৷ শীঘ্ৰে খহনীয়া ৰোধ কৰাৰ লগতে ৰাইজৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ দাবী উত্থাপন কৰিছে খহনীয়াগ্ৰস্ত ৰাইজে ৷

লগতে পঢ়কঃনগাঁও মহাবিদ্যালয়লৈ অটোন'মাছ কলেজৰ স্বীকৃতি

Last Updated : Dec 23, 2020, 11:34 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.