ETV Bharat / state

সম্প্ৰীতিৰ নিদৰ্শনেৰে কয়াকুছিত ৰঙালীৰ আয়োজন - পহিলা ব'হাগ

পহিলা ব'হাগৰ পৰা বৰপেটাৰ কয়াকুছিত বিহু উদযাপন কৰিব সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলে

বৰপেটাত জাতি-ধৰ্ম নিৰ্বিশেষে বিহু নৃত্যৰ প্ৰশিক্ষণ
author img

By

Published : Apr 14, 2019, 10:08 AM IST

বৰপেটা,১৪ এপ্ৰিলঃ ৰঙালীৰ ৰঙেৰে ভৰুণ হৈ আহিল প্ৰাণৰ উছৱ, যৌৱনৰ উছৱ, জাতীয় উৎসৱ ৰঙালী বিহু ৷ অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীয়ে অতীজৰে পৰাই পালন কৰি আহিছে বিহু উৎসৱ ৷ বড়ো, ৰাভা, দেউৰী, সোণোৱাল-কছাৰী, কোচ ৰাজবংশী আদিকে ধৰি ৰাজ্যখনত বসবাস কৰা প্ৰতিটো জাতি-জনগোষ্ঠীৰ জীৱনৰ সৈতে বিহু সম্পৰ্কিত হৈ আছে ৷ অসমৰ জাতীয় উৎসৱ বিহু ৰাজ্যখনৰ ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলেও পালন কৰি আহিছে ৷ বৰপেটাৰ কয়াকুছিৰ সংখ্যালঘু সম্প্ৰদায়ৰ সংখ্যালঘু যুৱতীসকল এতিয়া ব্যস্ত হৈ পৰিছে বিহু নাচৰ কৰ্মশালাত ৷ অসমৰ বাপতি সাহোন ব'হাগৰ বিহুটিত ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ এইসকল যুৱতী তথা কিশোৰীয়ে কঁকাল ঘূৰাই নাচিবলৈ এইদৰে ভাগ লৈছে বিহু নাচৰ কৰ্মশালাত ৷

বৰপেটাত জাতি-ধৰ্ম নিৰ্বিশেষে বিহু নৃত্যৰ প্ৰশিক্ষণ

ইফালে পহিলা ব'হাগৰ পৰা কয়াকুছিত দুদিনীয়াকৈ অনুষ্ঠিত হ’ব ৰঙালী বিহু ৷ বিভিন্ন বিহু দলৰ লগতে কয়াকুছিৰ বিহুত ভাগ ল’ব মঞ্জু বৰা, আছুৰ সম্পাদক লুৰীণজ্যোতি গগৈ, আমছুৰ নেতৃবৃন্দৰ লগতে অসমৰ বহুকেইগৰাকী বিখ্যাত বিহুৱা বিহুৱতীৰ লগতে কেইবাটাও বিহু দলে । সাহিত্যিক ইছমাইল হুছেইনৰ উদ্যোগত সংখ্যালঘুসকলে আয়োজন কৰা ৰঙালী বিহুৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ সমূহ ৰাইজক আহ্বান জনাইছে ইছমাইল হুছেইনে ৷

Slug:     A_BAR_14APR_801TO803_BIHU_DANCE_WORKSHOP_WITH_MUSLIM_GIRLS_VIS+BITE+PHOTO_BAPKAN_DAS                       *ব'হাগৰ ভাল খবৰ*
বৰপেটাত সংখ্যালঘু সম্প্ৰদায়ৰ *মুছলমান যুৱতীয়ে* লৈছে বিহু নৃত্যৰ প্ৰশিক্ষনঃ
পহিলা বহাগৰ পৰা বৰপেটাৰ কয়াকুছিত বিহু উদযাপন কৰিব সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলে ৷
উদ্যোগ লৈছে ইছমাইল হুছেইনে ৷

বৰপেটা, ১৪ এপ্ৰিলঃ আকৌ আহিল ব'হাগ ৷ ৰঙালীৰ ৰঙেৰে ভৰুণ হৈ আহিল প্ৰাণৰ উছৱ, যৌৱনৰ উছৱ, জাতীয় উৎসৱ ৰঙালী বিহু ৷ অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীয়ে অতীজৰে পৰাই পালন কৰি আহিছে বিহু উৎসৱ ৷ বড়ো, ৰাভা, দেউৰী, সোনোৱাল-কচাৰী, কোচ ৰাজবংশী আদিকে ধৰি ৰাজ্যখনত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ জীৱনৰ সৈতে বিহু সম্পৰ্কিত হৈ আছে ৷ অসমৰ জাতীয় উৎসৱ বিহু এতিয়া ৰাজ্যখনৰ ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলেও আদৰি লৈছে ৷ বৰপেটাৰ কয়াকুছিৰ সংখ্যালঘু সম্প্ৰদায়ৰ মুছলমান যুৱতীসকল এতিয়া ব্স্ত হৈ পৰিছে বিহু নাচৰ কৰ্মশালাত ৷ অসমৰ বাপতি সাহোন বহাগৰ বিহুটিত  ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ এইসকল যুৱতী, কিশোৰীয়ে  ককাল ঘুৰাই নাচিবলৈ এইদৰে ভাগ লৈছে বিহু নাচৰ কৰ্মশালাত ৷ ইপিনে পহিলা ব'হাগৰ পৰা কয়াকুছিত দুদিনীয়াকৈ অনুষ্ঠিত হব ৰঙালী বিহু ৷ বিভিন্ন বিহু দলৰ লগতে কয়াকুছিৰ বিহুত ভাগ লব মঞ্জু বৰা, আছুৰ সম্পাদক লুৰীণজ্যোতি গগৈ, আমছুৰ নেতৃবৃন্দৰ লগতে অসমৰ বহুকেইগৰাকী বিখ্যাত বিহুৱা বিহুৱতীৰ লগতে কেবীটাও বিহু দল ৷  সাহিত্যিক ইছমাইল' হুছেইনৰ উদ্যোগত সংখ্যালঘুসকলে আয়োজন কৰা ৰঙালী বিহুৰৰ কাৰ্যসূচীত অংশগ্ৰহন কৰিবলৈ ৰাইজলৈ আহ্বান জনাইছে ইছমাইল হুছেইনে ৷ 

বাইটঃ ইছমাইল হুছেইন ৷
--- বাপকন দাস, বৰপেটা
ফুটেজ, বাইট আৰু ফটো ftpত পঠোৱা হৈছে ৷
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.