বৰপেটা,25 মাৰ্চঃ তলাবন্ধৰ মাজতে বৰপেটাৰ আদৰ্শ শুভা গাঁৱত কিছু সংখ্যক অসাধুলোকে চৰকাৰৰ নীতি-নিয়ম উলংঘা কৰি চলাই আহিছে চুলাই মদৰ ৰমৰমীয়া বেহা । বৰপেটা জিলাৰ তাৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত আদৰ্শ শুভা গাঁৱত আৰক্ষীয়ে ধ্বংস কৰিলে 700 লিটাৰৰো অধিক চুলাই মদ আৰু চুলাই মদ প্ৰস্তুত কৰা সা-সঁজুলি ।
উল্লেখ্য যে,লোকসকলে দীৰ্ঘদিন ধৰি নিজ বাসগৃহতে চলাই আহিছিল চুলাই মদ প্ৰস্তুত কাৰ্য ।
লগতে পঢ়ক-ৰহাত আইন নমনা একাংশক আঁঠু কঢ়ালে আৰক্ষীয়ে