ETV Bharat / state

বজালীৰ বাঘমাৰাত বৃহৎ প্ৰতিবাদী জোঁৰ সমদল - CAA PROTEST at Barpeta

বাঘমৰাত শনিবাৰে সন্ধিয়া নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে বিশাল প্ৰতিবাদী জোঁৰ সমদল ৷ বজালী আছু আৰু বজালী যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বত উলিওৱা জোঁৰ সমদলটোত বহু দলংসগঠনৰে লগতে অংশগ্ৰহণ কৰে বাঘমাৰা অঞ্চলৰ সহস্ৰাধিক জনসাধাৰণে ৷

Barpeta CAA PROTEST
বজালীৰ বাঘমাৰাত বৃহৎ প্ৰতিবাদী জোঁৰ সমদল
author img

By

Published : Dec 14, 2019, 11:22 PM IST

বজালী,14 ডিচেম্বৰ: বজালী মহকুমাৰ বাঘমাৰাত শনিবাৰে সন্ধিয়া নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে বিশাল প্ৰতিবাদী জোঁৰ সমদল ৷ বজালী আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বজালী জিলা সমিতি, গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ আৰু বৃহত্তৰ বাঘমাৰাবাসী ৰাইজৰ যৌথ প্ৰচেষ্টাত এই প্ৰতিবাদী সমদল উলিওৱা হয় ৷ প্ৰতিবাদৰ সময়ত ব্যৱসায়িক প্ৰতিষ্ঠান সমূহ বন্ধ কৰি জোঁৰ সমদলত অংশ গ্ৰহণ কৰে বাঘমাৰাৰ ব্যৱসায়ী সকলে ৷ বাঘমাৰাৰ পৰা সহস্ৰাধিক লোকে অংশ গ্ৰহণ কৰা এই প্ৰতিবাদী সমদল শুকিলাপাৰ,কলবাৰী,কঠালমুৰী হৈ পুনৰ বাঘমাৰাত উপস্থিত হৈ প্ৰতিবাদকাৰী সকলে একেমুখে নাগৰিকত্ব সংশোধনী আইন বাতিল কৰিবলৈ চৰকাৰক দাবী জনায় চৰকাৰ বিৰোধী ধ্বনিৰে উত্তাল কৰি তোলে সমগ্ৰ বাঘমাৰা অঞ্চলৰ আকাশ বতাহ ৷

বজালীৰ বাঘমাৰাত বৃহৎ প্ৰতিবাদী জোঁৰ সমদল

লগতে পঢ়ক:নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে দিল্লী উত্তাল কৰিলে অসমীয়াই

Intro:Body:

বজালীৰ বাঘমাৰাত বৃহৎ প্ৰতিবাদী জোৰ সমদল

বজালী মহকুমাৰ বাঘমাৰাত আজি সন্ধিয়া নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সহস্ৰাধিক লোকে প্ৰতিবাদী জোৰ সমদল উলিয়াই ঃ বাঘমাৰা আঞ্চলিক ছাত্ৰ সন্হা, সদৌ বৰপেটা জিলা ছাত্ৰ সন্হা,বজালী মহকুমা ছাত্ৰ সন্হা,বজালী উন্নতি সভা,  অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বজালী জিলা সমিতি,বৃহত্তৰ বাঘমাৰা উন্নয়ন সমিতি,গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ, বৃহত্তৰ ছাত্ৰ সমাজ,পুৰনি গড় বজাৰ সমিতি আৰু বৃহত্তৰ বাঘমাৰাবাসী ৰাইজৰ যৌথ উদ্যোগত উলিওৱা এই জোৰ সমদলত বাঘমাৰাৰ ব্যৱসায়ী সকলে ব্যৱসায়ী প্ৰতিষ্ঠান সমূহ বন্ধ কৰি জোৰ সমদলত অংশ গ্ৰহন কৰে ঃ  বাঘমাৰাৰ পৰা সহস্ৰাধিক লোকে অংশ গ্ৰহন কৰা এই প্ৰতিবাদী সমদল শুকিলাপাৰ,কলবাৰী,কঠালমুৰী হৈ পুনৰ বাঘমাৰাত উপস্হিত হৈ প্ৰতিবাদকাৰী সকলে একেমুখে নাগৰিকত্ব সংশোধনী আইন বাতিল কৰিবলৈ চৰকাৰক দাবী জনায় চৰকাৰ বিৰোধী ধ্বনিৰে সমগ্ৰ বাঘমাৰা অঞ্চলৰ আকাশ বতাহ উত্তাল কৰি তোলে ঃ 

Dimpal Talukdar pathsa

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.