ETV Bharat / state

গোৰেশ্বৰৰ বন্যাৰ্তৰ মাজত সাহাৰ্য বিতৰণ ইউটিউবাৰ ছানি গ'ল্ডেনৰ

author img

By

Published : Jul 26, 2020, 10:12 PM IST

বিগত 11 জুলাইত পুঠিমাৰী নৈৰ মথাউৰি ভাগি প্লাৱিত হৈ পৰিছিল বৃহত্তৰ গোৰেশ্বৰ অঞ্চল ৷ সেই বানাক্ৰান্ত ৰাইজৰ মাজত দেওবাৰে সাহাৰ্য বিতৰণ কৰিলে ইউটিউবাৰ ছানি গ'ল্ডেনে ৷ সাহাৰ্য

সাহায্য বিতৰণ ইউটিউবাৰ ছানি গ'ল্ডেনৰ
সাহায্য বিতৰণ ইউটিউবাৰ ছানি গ'ল্ডেনৰ

বাক্সা, 26 জুলাই: কোনো মন্ত্ৰী,বিধায়ক তথা প্ৰশাসনৰ লোক নহয় ৷ বাক্সাৰ গোৰেশ্বৰত বন্যাৰ্তৰ মাজত সাহাৰ্য বিতৰণৰ উদ্দেশ্যে ওলাই আহিল এগৰাকী ইউটিউবাৰ ৷ কেইবাটাও ভিডিঅ'ৰে নিজৰ ইউটিউব চেনেলযোগে ৰাইজৰ মাজত সমাদৰ লাভ কৰা ইউটিউবাৰ ছানি গ'ল্ডেনে দেওবাৰে গোৰেশ্বৰৰ বানাক্ৰান্তৰ মাজত বিতৰণ কৰিলে সাহাৰ্য ৷

বিগত 11 জুলাইত পুঠিমাৰী নৈৰ মথাউৰি ভাগি প্লাৱিত হৈ পৰিছিল বৃহত্তৰ গোৰেশ্বৰ অঞ্চল ৷ যাৰ বাবে বৰ্তমানেও সেই ভগ্ন মথাউৰিৰ ওপৰতে থাকিবলগীয়া হৈছে বানাক্ৰান্ত ৰাইজে ৷ সেয়ে বানাক্ৰান্ত ৰাইজৰ দুৰ্দশাৰ প্ৰতি লক্ষ্য ৰাখি ইউটিউবাৰ গৰাকীয়ে প্ৰায় দুশটা পৰিয়ালৰ মাজত দেওবাৰে বিতৰণ কৰে খাদ্য সামগ্ৰী ৷ লগতে বানৰ বিধ্বস্ত অঞ্চলসমূহৰ লগতে বানাক্ৰান্ত ৰাইজৰ বাবে বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংবাদ মাধ্যমযোগে আহ্বান জনালে চৰকাৰক ৷

গোৰেশ্বৰৰ বন্যাৰ্তৰ মাজত সাহায্য বিতৰণ ইউটিউবাৰ ছানি গ'ল্ডেনৰ

লগতে পঢ়ক: বিলাই-বিপত্তি কমা নাই কাজিৰঙাৰ জীৱকূলৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.