ETV Bharat / state

বৰমাত পথ দুৰ্ঘটনাত নিহত দুই বাইক আৰোহী

author img

By

Published : Dec 14, 2020, 9:36 AM IST

বৰমাত পথ দুৰ্ঘটনাত নিহত দুই বাইক আৰোহী ৷ সংকটজনক অৱস্থাত আনজনক ভৰ্তি নলবাৰী শ্বহীদ মকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত ৷

বাক্সা জিলাৰ বৰমা
বৰমাত পথ দুৰ্ঘটনাত নিহত দুই বাইক আৰোহী

বাক্সা, 14 ডিচেম্বৰ : বাক্সা জিলাৰ বৰমাত দেওবাৰে নিশা 31 নং ৰাষ্ট্ৰীয় ঘাইপথত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ দুৰ্ঘটনাৰ ফলত দুজন লোক থিতাতে নিহত হোৱাৰ লগতে এজন লোক আহত হয় ৷

প্ৰাপ্ত তথ্য মতে, দেওবাৰে বৰমাৰ পৰা পাঠশালালৈ নিশা 10 বজাত এখন পালচাৰত তিনিজন আৰোহী গৈ থকাৰ সময়তে বৰমা চেইণ্ট জনচ হাইস্কুলৰ সন্মুখত দুৰ্ঘটনাত পতিত হয় ৷ ফলত থিতাতে নিহত হয় সুভাষ দাস (24) আৰু উত্তম দাস (20) ৷ আনহাতে, সংকটজনক অৱস্থাত নলবাৰী শ্বহীদ মকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় বাপন দাসক ৷

লগতে পঢ়ক : টীয়কত নিশা পথ দুৰ্ঘটনাত নিহত যুৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.