ETV Bharat / state

১৬৭ টকাতে সীমাবদ্ধ চাহ বাগিচাৰ শ্ৰমিকৰ দৈনিক মজুৰি - etv bharat assam

বাক্সা জিলাৰ নাগ্ৰীজুলী চাহ বাগিচাখনত আছে প্ৰায় 1500 তকৈও অধিক চাহ শ্ৰমিক ।  কৰ্তৃপক্ষৰ ৰেচনৰ বাহিৰে আন কোনো চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰা নাই শ্ৰমিকসকলে ৷

এতিয়াও ১৬৭ টকাতে সীমাবদ্ধ চাহ বাগিচাৰ শ্ৰমিকৰ দৈনিক মজুৰী
author img

By

Published : May 15, 2019, 1:12 PM IST

বাক্সা, 15 মে': স্বাধনীতাৰ সাতটা দশকৰ পাচতো বৃদ্ধি হোৱা নাই চাহ শ্ৰমিকসকলৰ মজুৰি ৷

ৰাজ্যত থকা চাহ বাগিচাৰ শ্ৰমিকসকলৰ মজুৰি ১৬৭ টকাৰ পৰা ৩৩০ টকালৈ বৃদ্ধি কৰাৰ বাবে আহৰি পোৱা নাই ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে ৷ মাত্ৰ ১৬৭ টকাৰ দৈনিক মজুৰিৰে পৰিয়াল চলাবলৈ বাধ্য হৈছে শ্ৰমিকসকল ।

এতিয়াও ১৬৭ টকাতে সীমাবদ্ধ চাহ বাগিচাৰ শ্ৰমিকৰ দৈনিক মজুৰী

বাক্সা জিলাৰ নাগ্ৰীজুলী চাহ বাগিচাখনত আছে প্ৰায় 1500 তকৈও অধিক চাহ শ্ৰমিক । কৰ্তৃপক্ষৰ ৰেচনৰ বাহিৰে আন কোনো চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰা নাই শ্ৰমিকসকলে ৷ উপায়বিহীন হৈ ব্ৰিটিছৰ দিনৰে পৰা জুপুৰিসদৃশ ঘৰতেই জীৱন অতিবাহিত কৰিবলগীয়া হৈছে এইসকল শ্ৰমিকে ।

Intro:চাহ বাগিচাৰ শ্ৰমিক সকলৰ দৈনিক মুজুৰী এতিয়াও ১৬৭ টকাতে সীমাবদ্ধ হৈ থাকিল ।

Body:বৃটিছক খেদি দেশে ৭২ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিলে । বৃটিছৰ শাসনৰ অন্ত ১৯৪৭ চনতে পৰিল কিন্তু চাহ শ্ৰমিক সকলৰ মুজুৰী ১৬৭ টকাৰ পৰা বৃদ্ধিহে নহল । যি সময়ত দেশে মঙ্গল গ্ৰহত উপগ্ৰহ উক্ষেপনৰ ন ন চিন্তা অব্যাহত ৰাখিছে তেনে সময়তে ৰাজ্যত থকা চাহ বাগিচাৰ শ্ৰমিক সকলৰ মুজুৰী ১৬৭ টকাৰ পৰা ৩৩০ টকালৈ বৃদ্ধি কৰাৰ বাবে আহৰি পোৱা নাই ৰাজ্য কি কেন্দ্ৰীয় চৰকাৰৰে । এই চাহ শ্ৰমিক সকলে ১৬৭ টকাৰ দৈনিক মুজুৰীৰে একোখন পৰিয়াল চলাবলৈ বাধ্য । এইদৃশ্য হৈছে বাক্সা জিলাৰ নাগ্ৰীজুলী চাহ বাগিচাৰ, বাগিচা খনত আছে প্ৰায় পোন্ধৰশতকৈ অধিক চাহ শ্ৰমিক । যত নেকি বাগিচা কৃতপক্ষৰ ৰেচনৰ বাহিৰে অন্য কোনো চৰকাৰী আচনিয়ে এওঁলোক নাপায় এই অভিযোগ শ্ৰমিক সকলৰ আৰু এওঁলোক বৃটিছৰ দিনৰে জুপুৰি সদৃশ ঘৰতেই জীৱন অতিবাহিত কৰিবলগীয়া হৈছে ।

Conclusion:নিৰ্বাচনৰ সময়ছোৱাত কিন্তু সকলো দলে বাগিচাৰ শ্ৰমিক সকলক ভোটা বেংক হিচাপে ব্যৱহাৰ কৰি আহিছে আৰু ৰাজ্যখনৰ পৰা কেইবাগৰাকীও জনপ্ৰতিনিধি সদনৰ মজিয়া লৈকে প্ৰক্ষেপ কৰিবলৈ সক্ষম হৈছে এওঁলোক। পিছে বৰ্তমানলৈকে কোনো এগৰাকী জনপ্ৰতিনিধিয়ে এই চাহ বাগিচাৰ শ্ৰমিক সকলৰ দৈনিক মুজুৰী বৃদ্ধি কৰিবলৈ দাবীহে উত্থাপন নকৰিলে । ইয়াকে কয় নিৰ্বাচন আহিল গল আমাৰহে একো নহল ,ৰাজাৰো হাল বোৱা শেষ হল ।

ভাষ্য : ১/২/ শ্ৰমিক

বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.