ETV Bharat / state

নিৰাপত্তাহীনতাত ৰেলযাত্ৰী! আদবাটৰ পৰাই নোহোৱা হ'ল গোৰেশ্বৰৰ প্ৰণৱ

ৰেলেৰে বহিঃ ৰাজ্য লৈ যাত্ৰা কৰোতে সাৱধান ৷ ভাৰতীয় ৰেলত অসমৰ যাত্ৰীৰ নাই নিৰাপত্তা । বাক্সাৰ গোৰেশ্বৰৰ সোণমহৰীৰ যুৱক প্ৰণৱ দাস ৰেলেৰে মহাৰাষ্ট্ৰৰ পৰা ঘৰলৈ আহি থাকোতে বিহাৰৰ কাতিহাৰৰ পৰা নিৰুদ্দেশ হৈ আছে ।

অসমৰ ৰেলযাত্ৰী আজিও সুৰক্ষিত নহয়
author img

By

Published : May 12, 2019, 7:56 PM IST

তামুলপুৰ,12 মে’: বাক্সা জিলাৰ গোৰেশ্বৰৰ সোণমহৰীৰ চিন্তাপাৰ নিবাসী লুহিত দাস আৰু মাকন দাসৰ পুত্ৰ প্ৰণৱ দাসে আজি চাৰিবছৰে মহাৰাষ্ট্ৰৰ মাছৰ ফেক্টৰিত কাম কৰি আছিল । মাজে সময়ে কোনো উৎসৱ পাৰ্বনত ঘৰলৈ আহি আকৌ উভতি গৈছিল ৷ যোৱা দুবছৰৰ মুৰত 8 মে তাৰিখে তেওঁ ঘৰলৈ অহাৰ বাবে লোকমাণ্য তিলক নগৰ ষ্টেচনত ১৫৬৪৫ নং ট্ৰেইন খনৰ S1 ডাবাৰ 46 নং আসনত টিকট কাতি যাত্ৰা আৰম্ভ কৰিছিল । 9 মে’ৰ নিশা 10 বজা মানত বন্ধু কৈলাশক ফোন কৰিছিল আৰু এটি দুৰ্বিত্তৰ দলে ভাবুকি দি থকাৰ কথা অৱগত কৰিছিল ৷ ইয়াৰ পিছত 11:25 বজা মানত তেওঁৰ ফোনটো অফ হৈ যায় ৷

লগতে পঢ়ক: ওদালগুৰিত কেনেকৈ গীত গালে জুবিনে?

10 মে’ত আহি পাবলগিয়া পুত্ৰ আহি নোপোৱাত পৰিয়ালৰ লোক সংকিত হৈ পৰিছে প্ৰনৱক দুৰ্বিত্তৰ দলে হত্যা কৰা বুলি । ইতিমধ্যে পৰিয়ালৰ লোকে গোৰেশ্বৰ থানাত আৰু ৰঙিয়া ৰেলুৱে পুলিচক অৱগত কৰি এখন এজাহাৰ দাখিল কৰিছে ।

Intro:অসমৰ ৰেলযাত্ৰী আজিও সুৰক্ষিত নহয়।

ৰেলেৰে বহিঃ ৰাজ্য লৈ যাত্ৰা কৰোতে সাৱধান ।ভাৰতীয় ৰেলত নাই নিৰাপত্তা অসমৰ যাত্ৰীৰ।

বাক্মাৰ গোৰেশ্বৰৰ সোণমহৰীৰ যুৱক প্ৰনৱ দাস ভাৰতীয় ৰেলেৰে মহাৰাষ্ট্ৰ ৰ পৰা ঘৰলৈ আহি থাকোতে বিহাৰৰ কাতিহাৰৰ পৰা নিৰোদ্দেশ।Body:তামুলপুৰ,১২/৫/২০১৯
বাক্মা জিলাৰ গোৰেশ্বৰৰ সোণমহৰীৰ চিন্তাপাৰ নিবাসী লুহিত দাস আৰু মাকন দাসৰ পুত্ৰ প্ৰণৱ দাসে আজি চাৰিবছৰে মহাৰাষ্ট্ৰ ৰ মাছৰ ফেক্টৰিত কাম কৰি আছিল।মাজে সময়ে কোনো উৎসৱ পাৰ্বনত ঘৰলৈ আহি আকৌ উভতি গৈছিল।যোৱা দুবছৰৰ মুৰত ৮ মে তাৰিখে তেও ঘৰলৈ অহাৰ বাবে লোকমাণ্য তিলক নগৰ ষ্টেচনত ১৫৬৪৫ নং ট্ৰেইন খনৰ S1ডাবাৰ 46নং আসনত টিকট কাতি যাত্ৰা আৰম্ভ কৰিছিল।৯ মেৰ নিশা ১০ বজামানত বন্ধু কৈলাশক ফোন কৰি কৈছিল মোক এটি দুৰ্বিত্তৰ দলে ভাবুকি দি আছে আৰু কাতিহাৰ ষ্টেচন পালে মাৰি পেলাম বুলি কৈছে।ইয়াৰ পিছত ১১-২৫বজা মানত ফোন কৰি কৈছে যে কাতিহাৰ পামে এতিয়া মোক আৰু নাপাবি তহতে। তেতিয়াৰ পৰাই তেওৰ ফোনটো 9372520396 অফ হৈ আছে।
১০মেত আহি পাবলগিয়া পুত্ৰ আহি নোপোৱাত পৰিয়ালৰ লোক সংকিত হৈ পৰিছে প্ৰনৱক দুৰ্বিত্তৰ দলে হত্যা কৰা বুলি।ইতিমধ্যে পৰিয়ালৰ লোকে গোৰেশ্বৰ থানাত আৰু ৰঙিয়া ৰেলুৱৈ পুলিচক অৱগত কৰি এখন এজাহাৰ দাখিল কৰিছে।
১২/৫/২০১৯
তামুলপুৰ ৰ পৰা দ্বীপেন শৰ্মা ETV Bharat Assam Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.