ETV Bharat / state

বাক্সাৰ এন কে দৰঙাৰ ব্যৱসায়িক প্ৰতিষ্ঠানত অগ্নি সংযোগকাৰীক আটক - Baska

এজন যুৱ ব্যৱসায়ীৰ মোবাইলত সংযোগ থকা চিচি কেমেৰাত বন্দী হোৱা ফুটেজৰ ভিত্তিত আৰক্ষীয়ে আটক কৰে অগ্নিসংযোগকাৰীক ৷

One Fireman arrested in Baska
বাক্সাৰ এন কে দৰঙাৰ ব্যৱসায়ী প্ৰতিষ্ঠানত অগ্নিসংযোগীকাৰীক আটক
author img

By

Published : Mar 4, 2020, 12:37 PM IST

Updated : Mar 4, 2020, 12:47 PM IST

বাক্সা, 4 মাৰ্চ : বাক্সা জিলাৰ ভাৰত ভূটান সীমান্তৰ এন কে দৰঙাত নিশা ব্যৱসায়িক প্ৰতিষ্ঠানত অগ্নিসংযোগ কৰিবলৈ আহি আটক মহম্মদ বচেৰ আলি (20) নামৰ এজন যুৱক ৷ অঞ্চলটোৰ এজন যুৱ ব্যৱসায়ীৰ মোবাইলত সংযোগ থকা চিচি কেমেৰাত বন্দী হোৱা ফুটেজৰ ভিত্তিত মঙলবাৰে নিশা দৰংগামেলা আৰক্ষীয়ে আটক কৰে বচেৰ আলিক ৷ উল্লেখ্য যে এন কে দৰংঙা অঞ্চলত বিগত তিনিমাহত সংঘটিত হৈছিল চাৰিটাকৈ ভয়াৱহ অগ্নিকাণ্ড ৷

One Fireman arrested in Baska
বাক্সাৰ এন কে দৰঙাৰ ব্যৱসায়িক প্ৰতিষ্ঠানত অগ্নিসংযোগীকাৰীক আটক

বচেৰ আলীয়ে মঙলবাৰে নিশা মনোজ বৰ্মন নামৰ ব্যৱসায়ীজনৰ কাপোৰৰ দোকানত অগ্নিসংযোগ কৰিবলৈ অহাৰ কথা স্বীকাৰ কৰে। স্থানীয় ব্যৱসায়ীসকলে বচেৰ আলীৰ লগত জড়িত আন আন ব্যক্তিসকলক কৰায়ত্ত কৰি উপযুক্ত শাস্তি দিবলৈ আহ্বান জনায় ।

বাক্সাৰ এন কে দৰঙাৰ ব্যৱসায়ী প্ৰতিষ্ঠানত অগ্নিসংযোগীকাৰীক আটক

লগতে পঢ়ক:শ্বিলঙৰ ইষ্ট খাছী হিল জিলাত অব্যাহত সান্ধ্য আইন

Last Updated : Mar 4, 2020, 12:47 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.