ETV Bharat / state

বৰমাত হাগ্ৰামাৰ শেষ নিৰ্বাচনী প্ৰচাৰ - assam election

বিপিএফৰ প্ৰাৰ্থী প্ৰমিলা ৰাণী ব্ৰহ্মৰ হৈ প্ৰচাৰ চলালে বিটিছি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ৷

বৰমাত হাগ্ৰামাৰ শেষ নিৰ্বাচনী প্ৰচাৰ
author img

By

Published : Apr 21, 2019, 8:32 PM IST

বৰমা, 21 এপ্ৰিল : ইতিমধ্যেই সমাপ্ত হ'ল তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান ৷ অন্তিমটো দিনৰ প্ৰচাৰ অভিযানত বিপিএফৰ প্ৰাৰ্থী প্ৰমিলা ৰাণী ব্ৰহ্মৰ হৈ প্ৰচাৰ চলালে বিটিছি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ৷

বৰমাত হাগ্ৰামাৰ শেষ নিৰ্বাচনী প্ৰচাৰ

কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত বৰমা বিধানসভা সমষ্টিৰ অন্তৰ্গত কদমতল চকত নিৰ্বাচনী প্ৰচাৰসভাত অংশগ্ৰহণ কৰি নিৰ্দলীয় প্ৰাৰ্থী নৱ শৰণীয়াক সমালোচনা কৰে হাগ্ৰামাই ৷ নৱ শৰণীয়াৰ অপৰাধৰ খতিয়ান দাঙি ধৰি হাগ্ৰামাই কয় যে, ৰঞ্জন দৈমাৰীৰ দৰেই জেলৰ ভাত খাব লাগিব নৱ শৰণীয়াই ৷ আত্মসম্পৰ্ণকাৰী আলফা নেতাৰ পুনৰ সংস্থাপনৰ কাম আৰু এই সম্পৰ্কে কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনাৰ দায়িত্ব নৱ শৰণীয়াই পূৰণ কৰা উচিত আছিল যদিও কোনো কামেই তেওঁ নকৰিলে বুলিও সমালোচনা কৰে বৰ্তমানৰ সাংসদগৰাকীক ৷

Intro:বৰমাত বিপিএফ দলৰ নিৰ্বাচনীী প্ৰচাৰত হাগ্ৰামা মহিলাৰীBody:বৰমাত হাগ্ৰামা মহিলাৰীৰ শেষ নিৰ্বাচনী প্ৰচাৰঃ
নৱ শৰণীয়াই এইবাৰ নিজিটিলে জেলত যাব লাগিবঃ হাগ্ৰামা মহিলাৰী

বৰমা, ২১ এপ্ৰিলঃ
"নৱ শৰণীয়াই এইবাৰ নিজিটিলে জেলত যাৱ লাগিব কিয়নো আগৰ অপৰাধ সমুহ এইবাৰ ফাষ্ট ট্ৰেকত বিচাৰ হব আৰু ৰঞ্জন দৈমাৰীৰ দৰে জেলত যাব লাগিব " আজি বৰমা সমষ্টিৰ অন্তৰ্গত কদমতল চকত বিপিএফ দলৰ প্ৰাৰ্থী প্ৰমীলা ৰাণী ব্ৰহ্মৰ শেষ নিৰ্বাচনী সভাত ভাষণ ৰাখি এইদৰে কয় ৷
নৱ শৰণীয়াই যোৱা সাংসদ হোৱাত ৰাইজে একো উন্নয়নৰ মুখ নেদেখিলে ৷ দেজিগ্নেটেত কেম্পত থকা আলফাৰ কাৰণে পূণৰ সংস্থাপনৰ কাম, কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনা তেওঁ কৰিব লাগিছিল কিন্তু এইবোৰ একোৱেই নকৰিলে বুলি হাগ্ৰামা মহিলাৰীয়ে ভাষণত কয় ৷
তেওঁ আৰু কয় যে বিটিচিত হিৰা শৰণীয়াই গাওঁ কৰ্তন কৰিব নোৱাৰে ৷ মিচাতে ৰাইজৰ মাজত ভুল বুজাবুজিৰ সৃষ্টি কৰি আকৌ এবাৰ সাংসদ হোৱাৰ সপোন দেখিছে ৷
আজিৰ শেষ নিৰ্বাচনী সভাত ভাষণ ৰাখে ৰাজ্য সভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে ৷
বৰমাৰ পৰা দিলীপ বড়ো ৷
Conclusion:আজি শেষ নিৰ্বাচনীী প্ৰচাৰ
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.