ETV Bharat / state

কৰ'ণাৰ সন্ত্ৰাসৰ মাজতে বাক্সাৰ গোৰেশ্বৰত বানৰ আতংক

বৃহস্পতিবাৰৰে পৰা হোৱা নেৰানেপেৰা বৰষুণৰ ফলত প্ৰথমটো বানৰ কৱলত পৰিছে পশ্চিম গোৰেশ্বৰৰ বিস্তীৰ্ণ অঞ্চল ৷

Flood in Goreswar amid corona
কৰ'ণাৰ সন্ত্ৰাসৰ মাজতে বাক্সাৰ গোৰেশ্বৰত বানৰ আতংক
author img

By

Published : May 22, 2020, 1:20 PM IST

বাক্সা, 22 মে': বিশ্বজুৰি কৰ'ণাৰ আতংক অব্যাহত থকাৰ সময়তে বৃহস্পতিবাৰৰে পৰা হোৱা নেৰানেপেৰা বৰষুণৰ ফলত প্ৰথমটো বানৰ কৱলত পৰিছে পশ্চিম গোৰেশ্বৰৰ বিস্তীৰ্ণ অঞ্চল ৷ নেৰানেপেৰা বৰষুণৰ বাবে হোৱা বানত ইতিমধ্যেই বুৰ গৈছে অঞ্চলটোৰ নিজকুছলা, জগত চুবুৰী, দক্ষিণ চেনীগাঁৱৰ বিস্তীৰ্ণ কৃষিভূমি ৷ স্থানীয় লোকসকলৰ ভাষ্য অনুসৰি পুথিমাৰীৰ ভগ্ন মথাউৰিৰে উক্ত অঞ্চলত হুৰাহুৰে সোমাইছে বাঢ়নী পানী ৷

Flood in Goreswar due to heavy rain
বানৰ কবলত পৰিছে পশ্চিম গোৰেশ্বৰৰ বিস্তৃত অঞ্চল
কৰ'ণাৰ সন্ত্ৰাসৰ মাজতে বাক্সাৰ গোৰেশ্বৰত বানৰ আতংক

উল্লেখ্য যে, বিগত দুদিন ধৰি হৈ থকা নেৰানেপৰা বৰষুণৰ ফলত বৃদ্ধি পাইছে পুঠিমাৰী আৰু শুক্লাই নৈৰ জলস্তৰ ৷ ফলত এতিয়া আতংকত ভূগি বিনিদ্ৰ ৰজনী কটাইছে উক্ত অঞ্চলৰ লোক সকলে ৷

লগতে পঢ়কঃ তেজপুৰ বিশ্ববিদ্যালয়ৰ মাণ্ডলিক স্কিনিং চেন্টাৰত 11 জনলৈ বৃদ্ধি কোভিড-19 আক্ৰান্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.