ETV Bharat / state

দুদিনীয়াকৈ ৫৮ সংখ্যক বৰমা আঞ্চলিক ৰঙালী বিহু সন্মিলন - rangali bihu

৫৮ সংখ্যক বৰমা আঞ্চলিক ৰঙালী বিহু সন্মিলনখন আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে পালন কৰা হৈছে ৷ এই উপলক্ষে গৰু বিহুৰ লগত সংগতি ৰাখি ৫৮ সংখ্যক বৰমা আঞ্চলিক ৰঙালী বিহুৰ পতাকা উত্তোলন কৰে বিহু কমিটিৰ সভাপতি মোহন বৰ্মনে ৷

৫৮ সংখ্যক বৰমা আঞ্চলিক ৰঙালী বিহু সন্মিলন

author img

By

Published : Apr 14, 2021, 2:22 PM IST

বাক্সা, ১৪ এপ্ৰিল : কভিডৰ পট'কল পালন কৰি ৫৮ সংখ্যক বৰমা আঞ্চলিক ৰঙালী বিহু সন্মিলনখন আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে পালন কৰা হৈছে ৷ এই উপলক্ষে গৰু বিহুৰ লগত সংগতি ৰাখি ৫৮ সংখ্যক বৰমা আঞ্চলিক ৰঙালী বিহুৰ পতাকা উত্তোলন কৰে বিহু কমিটিৰ সভাপতি মোহন বৰ্মনে ৷

৫৮ সংখ্যক বৰমা আঞ্চলিক ৰঙালী বিহু সন্মিলন

ইয়াৰ পাচতে স্মৃতি তৰ্পণ, বন্তি প্ৰজ্বলনৰ লগতে বৰমা অঞ্চলৰ বয়োজেষ্ঠ সকলক বিহু উপলক্ষে ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয় ৷ সাংস্কৃতিক অনুষ্ঠান মুকলি কৰে বজালী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক নৃপেন্দ্ৰ নাথ শৰ্মাই ৷

উল্লেখ্য যে, দ্বিতীয় দিনা কাৰ্যসূচী অনুসৰি ১ বহাগ তথা বৃহস্পতিবাৰৰ পুৱাৰে পৰা সৰু ল’ৰা ছোৱালীৰ বিভিন্ন খেলধেমালি প্ৰতিযোগিতা, প্ৰীতি ফুটবল খেল অনুষ্ঠিত হ'ব ৷

লগতে পঢ়ক: বুঢ়ী দিহিং নৈত সন্ধানহীন হোৱা এজনৰ মৃতদেহ উদ্ধাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.