ETV Bharat / state

বাক্সাত গণ সুৰক্ষা পাৰ্টীৰ নিৰ্বাচনী প্ৰচাৰ তুংগত

author img

By

Published : Nov 27, 2020, 9:39 PM IST

গণ সুৰক্ষা পাৰ্টীৰ ২২ নং ককলাবাৰী পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী মৃদুল দাসৰ নিৰ্বাচনী প্ৰচাৰ চলাই সমাজসেৱীকা হেমপ্ৰভা দেৱীৰ মন্তব্য: বিশ্বজিৎ দৈমাৰী আৰু ইমানুৱেল মোছাহাৰীয়ে বিজেপিত যোগদান আৰু বিপিএফ দলত থকা একেই কথা ৷ এইবাৰ জিএছপি দলে চৰকাৰ গঠন কৰিলেহে ৮০% অবড়োৰ সমস্যা সমাধান হ'ব ৷

As_baksa_GSP_election_img_as10029
বাক্সাত গণ সুৰক্ষা পাৰ্টীৰ নিৰ্বাচনী প্ৰচাৰ তুংগত

বৰমা,২৭ নবেম্বৰ: বিটিচি নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তৎপৰ হৈ পৰিছে ৰাজনৈতিক নেতা কৰ্মী সকল ৷ সন্মিলিত জনগোষ্ঠীয় ঐক্যমঞ্চ, অবড়ো সুৰক্ষা সমিতি আৰু গণ সুৰক্ষা পাৰ্টীৰ ২২ নং ককলাবাৰী পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী মৃদুল দাসৰ নিৰ্বাচনী প্ৰচাৰ চলাই সমাজসেৱীকা হেমপ্ৰভা দেৱীয়ে কয় যে, বিপিএফ দলৰ দিশপুৰত তিনিজন মন্ত্ৰী, বিটিএডিত বিপিএফ দলৰ চৰকাৰ থকাৰ পিছতো পোন্ধৰতা বছৰে বিটিচিত একো উন্নয়নমূলক কাম কৰা নাই ৷ নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰতো কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে ৷

বিপিএফ দলৰ পৰা বিশ্বজিৎ দৈমাৰী আৰু ইমানুৱেল মোছাহাৰীয়ে বিজেপিত যোগদান কৰাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, তেওঁলোকে বিজেপিত যোগদান কৰা আৰু বিপিএফ দলত থকা একেই কথা ৷ কিয়নো বিজেপি দলৰ লগত বিপিএফ দলৰ এতিয়াও মিত্ৰতা আছে ৷ গতিকে এইবাৰ জিএছপি দলে চৰকাৰ গঠন কৰিলে ৮০%ই অবড়োৰ সমস্যা সমাধান হ'ব ৷

লগতে পঢ়ক : পূৰ্বতকৈ তীব্ৰতৰ হ'ব CAA বিৰোধী আন্দোলনঃ শংকৰজ্যোতি বৰুৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.