ETV Bharat / state

তামুলপুৰৰ গোৰেশ্বৰত হজ যাত্ৰীক সম্বৰ্ধনা

author img

By

Published : Jul 1, 2019, 10:18 AM IST

দেওবাৰে অনুষ্ঠিত হোৱা সম্বৰ্ধনা সভাখনত বিটিএডিৰ কাৰ্যবাহী সদস্য গণেশ কছাৰীৰ লগতে বি পি এফ,বিজেপিৰ কেবাগৰাকী নেতা উপস্থিত থাকি হজ যাত্ৰী সকলক শুভেচ্ছা জ্ঞাপন কৰে ৷

তামুলপুৰৰ গোৰেশ্বৰত হজ যাত্ৰীক সম্বৰ্ধনা

তামুলপুৰ,০১ জুলাই : তামুলপুৰৰ গোৰেশ্বৰত দেওচুঙা অম্বৰীশ নগৰ চকৰ সভাগৃহত দেওবাৰে তিনিজন হজ যাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। দেওচুঙা অম্বৰীশ নগৰ অঞ্চলৰ পৰা আগন্তুক ৪ জুলাই তাৰিখে তিনিগৰাকী লোক ক্ৰমে নজিম আলী খান,আজগৰ আলী আৰু জোলেমা বেগমে আৰবলৈ হজ যাত্ৰা কৰিব ।

তামুলপুৰৰ গোৰেশ্বৰত হজ যাত্ৰীক সম্বৰ্ধনা

প্ৰায় পাঁচশতাধিক লোকৰ উপস্থিতিত স্থানীয় ৰাইজ,বি টি এডিৰ পৰিষদীয় সমষ্টিৰ সদস্য গণেশ কছাৰীৰ লগতে দল সংগঠনে হজযাত্ৰী কেইগৰাকীক উষ্ম অভিনন্দন জনায়। ২০০৮ চনৰ পৰা বহুদিনৰ বিৰতিৰ মূৰত এই বৰ্ষত অঞ্চলটোৰ পৰা হজ যাত্ৰী ওলাই অঞ্চলটোৰ ৰাইজক আনন্দিত কৰি তুলিছে । সভাখনত মৌলানা নজৰুল হক উপস্থিত থাকি ইছলাম ধৰ্মৰ লগতে হজৰ বিষয়ে বক্তব্য ৰাখে। দেওবাৰে অনুষ্ঠিত হোৱা এই সম্বৰ্ধনা সভা খনত বি টি এডিৰ কাৰ্যবাহী সদস্য গণেশ কছাৰীৰ লগতে বি পি এফ, বিজেপিৰ কেবাগৰাকী নেতা উপস্থিত থাকি হজ যাত্ৰী কেইগৰাকীক শুভেচ্ছা জ্ঞাপন কৰে ৷

Intro:তামুলপুৰৰ গোৰেশ্বৰত হজ যাত্ৰী ক সম্বৰ্ধনা,স্থানীয় ৰাইজৰ,বিটিএডি ৰ কাৰ্য্যবাহী সদস্য গণেশ কছাৰীৰ লগতে দল সংগঠনৰ।Body:তামুলপুৰ,৩০/৬/১৯,
তামুলপুৰৰ গোৰেশ্বৰত দেওচুঙা অম্বৰীশ নগৰ চকৰ সভা গৃহত আজি আবেলি ২ বজাত এখন সম্বৰ্ধনা সভা অনুষ্ঠিত হয়।এই সম্বৰ্ধনা সভাত দেওচুঙা অম্বৰীশ নগৰ অঞ্চলৰ পৰা অহা ৪জুলাই তাৰিখে আৰবলৈ হজ যাত্ৰাত যাব লগা তিনিগৰাকী হজ যাত্ৰী ক্ৰমে ১,নজিম আলি খান২,আজগৰ আলী।৩,জোলেমা বেগমক প্ৰায় পাছশতাধীক লোকৰ উপস্থিতিত স্থানীয় ৰাইজ বিটিএডি পৰিষদিয় সমষ্টিৰ সদস্য গণেশ কছাৰীৰ লগতে দল সংগঠনে উষ্ম অভিনন্দন জনাই ।২০০৮চনৰ পৰা বহুদিন বিৰতিৰ মুৰত এই বৰ্ষত অঞ্চলটোৰ পৰা হজ যাত্ৰী ওলাই অঞ্চলটোৰ ৰাইজক আনন্দিত কৰি তুলিছে।সভাখনত মৌলনা নজৰুল হকে উপস্থিত থাকি ইছলাম ধৰ্মৰ লগতে হজৰ বিষয়ে বৃষ্টিত ভাবে বক্তব্য ৰাখে।।
উল্লেখযোগ্য যে আজিৰ সভা খনত বি টি এ ডিৰ কাৰ্য্যবাহী সদস্য গণেশ কছাৰী ৰ লগতে বি পি এফ , বি জে পিৰ কেবাগৰাকী নেতা উপস্থিত থাকি হজ যাত্ৰী কেইগৰাকীক শুভেচ্ছা জ্ঞাপন কৰি সম্প্ৰতি ৰ এনাজৰী ডাল কট কটিয়া কৰিলে গোৰেশ্বৰ অঞ্চল টোত।
তামুলপুৰৰ পৰা দ্বীপেন শৰ্মা ETV Bharat Assam Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.