ETV Bharat / state

বাক্মাত জিলা ভিত্তিত পাঞ্জা খেল প্ৰতিযোগিতা - পাঞ্জা খেল

কেইবাটাও শাখাত পুৰুষ-মহিলা উভয়েৰে সম্পন্ন হোৱা প্ৰতিযোগিতাখনত পৰিচালনা কৰে সদৌ অসম পাঞ্জা খেল সমিতিৰ সভাপতি পল্লৱ ঠাকুৰ,টেকনিকেল ডাইৰেক্টৰ জয়ন্ত মেধী আৰু কামৰূপ জিলাৰ সম্পাদক দেৱজিৎ শৰ্মাই ৷

বাক্মাত সম্পন্ন জিলা ভিত্তিত পাঞ্জা খেল প্ৰতিযোগিতা
author img

By

Published : Jun 3, 2019, 8:14 AM IST

তামুলপুৰ, 3 জুন: বাক্মাত জিলা ভিত্তিত পাঞ্জা খেল প্ৰতিযোগিতা সম্পন্ন ৷ দেওবাৰে বাক্মাৰ গোৰেশ্বৰৰ নাওকাটা বিহু সম্নিলনীৰ প্ৰেক্ষাগৃহত সদৌ অসম পাঞ্জা খেল সমিতিৰ অধীনত সদৌ বাক্মা জিলা পাঞ্জা খেল সমিতিৰ উদ্যোগত অনুষ্ঠিত কৰা হয় বাক্মা জিলা ভিত্তিত এখন পাঞ্জা খেল প্ৰতিযোগিতা ৷ কেইবাটাও শাখাত পুৰুষ-মহিলা উভয়েৰে সম্পন্ন হোৱা প্ৰতিযোগিতাখনত পৰিচালনা কৰে সদৌ অসম পাঞ্জা খেল সমিতিৰ সভাপতি পল্লৱ ঠাকুৰ,টেকনিকেল ডাইৰেক্টৰ জয়ন্ত মেধী আৰু কামৰূপ জিলাৰ সম্পাদক দেৱজিৎ শৰ্মাই ৷ খেলখনত উপস্থিত থাকে ৰাজ্যিক সমিতিৰ কোষাধ্যক্ষ দীপক টেৰণ আৰু শান্তনু কুমাৰ দাস। খেলখনৰ পুৰুষৰ 50 কেজি শাখাত চেম্পিয়ন হয় ৰুবুল কলিতা,60 কেজি শাখাত কুণাল কুমাৰ,65 কেজি শাখাত ভূষণ ৰয় আৰু 70 কেজি শাখাত চেম্পিয়ন হয় অনিশ নাৰ্জাৰী। মহিলাৰ 50 কেজি শাখাত জোনালী বৈশ্য আৰু 60 কেজি শাখাত চেম্পিয়ন হয় সঞ্চায় নাৰ্জাৰী। উল্লেখ্য যে,খেলখনত চেম্পিয়ন,দ্বিতীয় আৰু তৃতীয় স্থান প্ৰাপ্ত খেলুৱৈ সকলে অংশগ্ৰহণ কৰিব পাৰিব অহা 14 আৰু 15 জুন তাৰিখে নগাঁৱত অনুষ্ঠিত হ'বলগীয়া সদৌ অসম পাঞ্জা খেল প্ৰতিযোগিতাত ৷

বাক্মাত জিলা ভিত্তিত পাঞ্জা খেল প্ৰতিযোগিতা

Intro:বাক্মা জিলা ভিত্তিত পাঞ্জাখেল প্ৰতিযোগিতা সম্পন্ন।
কেবাটাও শাখাত পুৰুষ মহিলা উভয়েৰে প্ৰতিযোগিতা সম্পন্ন।Body:তামুলপুৰ,২/৬/১৯,
গোৰেশ্বৰ ৰ নাওকটা বিহু সম্নিলনীৰ পেক্ষাগৃহত আজি(২ জুন)সদৌ অসম পাঞ্জাখেল সমিতিৰ অধিনত সদৌ বাক্মা জিলা পাঞ্জাখেল সমিতিৰ উদ্যোগত বাক্মা জিলা ভিত্তিত এখন পাঞ্জা খেল প্ৰতিযোগিতা অনুষ্ঠিত হয়।পুৰুষ, মহিলা উভয় শাখাত অনুষ্ঠিত হোৱা খেল খনৰ পুৰুষৰ ৫০ কিলো শাখাত চেম্পিয়ন হয় ৰুবুল কলিতা।৬০ কিলো শাখাত কুণাল কুমাৰ।৬৫ কিলো শাখাত ভূষণ ৰয় আৰু ৭০ কিলো শাখাত অনিশ নাৰ্জাৰী চেম্পিয়ন হয়।মহিলাৰ ৫০ কিলো শাখাত জোনালী বৈশ্য আৰু ৬০ কিলো শাখাত সঞ্চায় নাৰ্জাৰী চেম্পিয়ন হয়।
উল্লেখ্য যে খেলখনত চেম্পিয়ন হোৱা আৰু দ্বিতীয়, তৃতীয় হোৱা খেলুৱৈ সকলে আহা ১৪আৰু১৫জুন তাৰিখে নগাৱত অনুষ্ঠিত হবলগীয়া সদৌ অসম পাঞ্জা খেল প্ৰতিযোগিতা ত অংশগ্ৰহণ কৰিব পাৰিব।
খেলখন পৰিচালনা কৰে সদৌ অসম পাঞ্জা খেল সমিতিৰ সভাপতি পল্লৱ ঠাকুৰ ,টেকনিকেল ডিৰেক্তৰ জয়ন্ত মেধী আৰু কামৰূপ জিলাৰ সম্পাদক দেৱজিৎ শৰ্মাই।খেল খনত উপস্থিত থাকে ৰাঞ্জ্যিক সমিতিৰ কোষধ্যক্ষ দীপক টেৰণ আৰু শান্তনু কুমাৰ দাস।খেলৰ শেষত চেম্পিয়ন আৰু দ্বিতীয় তৃতীয় হোৱা খেলুৱৈ সকলক প্ৰমাণ পত্ৰ,মেদেল পুৰস্কিত কৰা হয়।
তামুলপুৰৰ পৰা দ্বীপেন শৰ্মা ETV Bharat Assam .Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.