ETV Bharat / state

বাক্সাত বৃহৎ পৰিমাণৰ অস্ত্ৰ উদ্ধাৰ - বাক্সাত অস্ত্ৰ উদ্ধাৰ বাতৰি

বাক্সাৰ বৰবৰী আৰক্ষী থানাৰ অন্তৰ্গত চিনাদী বস্তিৰ দিৰিং নদীৰ পাৰত মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰা হয় বৃহৎ পৰিমাণৰ অস্ত্ৰ ৷ বাক্সাৰ অতিৰিক্ত আৰক্ষী অধিক্ষক লামহাও ডংগলৰ নেতৃত্বত চলোৱা হৈছিল অভিযান ৷

arm rescued at Baksa
বাক্সাত বৃহৎ পৰিমাণৰ অস্ত্ৰ উদ্ধাৰ
author img

By

Published : Sep 26, 2020, 12:54 PM IST

Updated : Sep 26, 2020, 1:02 PM IST

বাক্সা, 26 ছেপ্তেম্বৰঃ বাক্সাত বৃহৎ পৰিমাণৰ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ ৷ বাক্সাৰ অতিৰিক্ত আৰক্ষী অধিক্ষক লামহাও ডংগলৰ নেতৃত্বত বৰবৰী আৰক্ষী থানাৰ অন্তৰ্গত চিনাদী বস্তিৰ দিৰিং নদীৰ পাৰত মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰা হয় অস্ত্ৰখিনি ৷ জব্দ কৰা অস্ত্ৰসমূহৰ ভিতৰত আছে দুটা এ.কে 47 ৰাইফলৰ লগতে 520 জাই সজীৱ গুলি ৷

বাক্সাত বৃহৎ পৰিমাণৰ অস্ত্ৰ উদ্ধাৰ

উল্লেখ্য যে, ইয়াৰ পূৰ্বেও বিটিএডিৰ বহুকেইটা স্থানত উদ্ধাৰ হৈছিল বৃহৎ পৰিমাণৰ অস্ত্ৰ ভাণ্ডাৰ ৷ কিন্তু এই সমূহ অস্ত্ৰ কোনে কি মনোভাৱেৰে গোপনে মজুত কৰি ৰাখিছিল তাৰ কোনো তথ্য প্ৰকাশ কৰিব পৰা নাই আৰক্ষীয়ে ৷ বিটিচি নিৰ্বাচন অনুষ্ঠিত হোৱাৰ প্ৰাক ক্ষণত এইদৰে অস্ত্ৰ উদ্ধাৰ হোৱা ঘটনাই তাৎপৰ্য বহ কৰিছে ৷

লগতে পঢ়ক-স্থান এৰি মান হেৰুৱালে যতীন বৰাই

Last Updated : Sep 26, 2020, 1:02 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.