ETV Bharat / sports

2022ত হ'ব বিশ্ব এথেলিটিকচ্ ছেম্পিয়নশ্বিপ - নতুন সূচী অনুসৰি টকিঅ' অলিম্পিক

2020 চনত অনুষ্ঠিত হ'ব লগীয়া টকিঅ' অলিম্পিক 2021 চনলৈ পিছুৱাই দিয়োটো নিশ্চিত হোৱাৰ পিচতেই 2022 চনলৈ পিচুৱাই দিয়া হ'ল বিশ্ব এথেলিটিকচ্ ছেম্পিয়নশ্বিপ প্ৰতিযোগীতা খনো ।

2022 ত হ'ব বিশ্ব এথেলিটিকচ্ ছেম্পিয়নশ্বিপ

author img

By

Published : Mar 31, 2020, 12:43 PM IST

স্পৰ্টচ ডেস্ক, 31 মাৰ্চঃ বিশ্বব্যাপি সংহাৰি ৰূপ ধাৰণ কৰা কৰ'ণা ভাইৰাছৰ প্ৰভাৱত পিছুৱাব লগীয়া হৈছে বিশ্বৰ প্ৰায় সকলো ক্ৰীড়া প্ৰতিযোগিতা। সেই অনুসৰী 2022 চনলৈ পিছুৱাই দিয়া হ'ল বিশ্ব এথেলিটিকচ্ ছেম্পিয়নশ্বিপ প্ৰতিযোগিতা খনো । 2020 চনত জাপানৰ টকিঅ'ত অনুষ্ঠিত হ'ব লগীয়া বিশ্বৰ সৰ্ববৃহৎ প্ৰতিযোগিতা অলিম্পিক খেল 2021 চনত অনুষ্ঠিত হোৱাটো নিশ্চিত হোৱাৰ পিচতেই বিশ্ব এথেলিটিক সন্থাই এই প্ৰতিযোগিতাখন 2022 চনত অনুষ্ঠিত কৰাৰ সিদ্বান্ত গ্ৰহণ কৰে ।

world-athletics-championships-confirmed-for-2022-following-fresh-olympic-dates
2022 ত হ'ব বিশ্ব এথেলিটিকচ্ ছেম্পিয়নশ্বিপ

উল্লেখ্য যে,নতুন সূচী অনুসৰি টকিঅ' অলিম্পিক খেল 2021 চনৰ 23 জুলাইৰ পৰা অগষ্টৰ 8 তাৰিখলৈ অনুষ্ঠিত হ'ব । সেয়ে 2021 চনৰ 6 আগষ্টৰ পৰা 15 আগষ্টলৈ বিশ্ব এথেলিটিকচ্ ছেম্পিয়নশ্বিপ অনুষ্ঠিত কৰাৰ কথা আছিল যদিও 2022 লৈ পিচুৱাই দিব বাধ্য হ'ল ।

লগতে চাওকঃ গুলীয়াই হত্যা কৰা হ'ল যোৰহাটৰ নাহৰফুটুকীটো !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.