আমিনগাঁৱত আন্তঃ বিদ্যালয় টাইকাণ্ডো চেম্পিয়নশ্বিপ - আমিনগাঁও
আমিনগাঁৱৰ সৰলা বিৰলা জ্ঞানজ্যোতি স্কুলত অনুষ্ঠিত হৈছে আন্তঃ বিদ্যালয় টাইকাণ্ডো চেম্পিয়নশ্বিপ প্ৰতিযোগিতা ।
আমিনগাঁও, 30 আগষ্টঃ প্ৰথমবাৰৰ বাবে গুৱাহাটীৰ আমিনগাঁৱৰ সৰলা বিৰলা জ্ঞানজ্যোতি স্কুলত অনুষ্ঠিত হৈছে আন্তঃ বিদ্যালয় টাইকাণ্ডো চেম্পিয়নশ্বিপ ৷ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে বিভিন্ন জিলাৰ ৬২ খন বিদ্যালয়ৰ মুঠ ৩৬০ প্ৰতিযোগিয়ে । অসমত টাইকাণ্ডো খেলৰ প্ৰসাৰ আৰু জনপ্ৰিয়তা বৃদ্ধিৰ লক্ষ্যৰে অনুষ্ঠিত কৰা হয় টাইকাণ্ডো চেম্পিয়নশ্বিপ । লগতে ছাত্ৰ-ছাত্ৰী সকলক নিচাযুক্ত দ্ৰব্যৰ প্ৰতি আসক্ত নহ’বৰ কাৰণে শাৰীৰিক আৰু মানসিক ভাৱে সুস্থ সবল চিন্তা চৰ্চা বৃদ্ধিৰে নিজকে সমৃদ্ধিশালী কৰাৰ উদ্দেশ্য আগত ৰাখি অনুষ্ঠিত কৰা এই প্ৰতিযোগিতাক লৈ আশাবাদী বিদ্যালয়ৰ কৰ্তৃপক্ষ ।
আমিনগাঁৱৰ সৰলা বিৰলা জ্ঞানজ্যোতি স্কুলত আন্তঃ বিদ্যালয় টাইকাণ্ডো চেম্পিয়নশ্বিপ প্ৰতিযোগিতাত অংশ লৈছে কামৰূপ, বৰপেটা, নলবাৰী, মৰিগাঁও, তেজপুৰ ধৰি কেইবাখনো জিলা বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে ৷
Body:প্ৰথম বাৰৰ বাবে অনুষ্ঠিত এই টাইকাণ্ডো চেম্পিয়নশ্বিপ প্ৰতিযোগিতা অংশ গ্ৰহণ কৰে বিভিন্ন জিলাৰ ৬২ খন বিদ্যালয়ৰ ৩৬০ প্ৰতিযোগিযে। অসমত টাইকাণ্ডো খেলৰ
প্ৰসাৰত আৰু জনপ্ৰিয়তা বৃদ্ধিৰ লক্ষ্যৰে অনুষ্ঠিত হয় এই টাইকাণ্ডো চেম্পিয়নশ্বিপ।লগতে ছাত্র ছাত্ৰী সকলক নিচাযুক্ত দ্ৰব্যৰ আসন্ত নহবৰ কাৰণে শাৰীৰিক আৰু মানসিক ভাৱে সুস্থ সবল চিন্তা চৰ্চা বৃদ্ধিৰ নিজক সমৃদ্ধিশালী কৰাৰ উদ্দেশ্য আগত ৰাখি অনুষ্ঠিত কৰা খলকনিকৈ আশাবাদী বিদ্যালয়ৰ কৰ্তৃপক্ষ।
Conclusion:আমিনগাঁওৰ সৰলা বিৰিলা জ্ঞানজ্যোতি স্কুলত অন্ত বিদ্যালয় টাইকাণ্ডো চেম্পিয়নশ্বিপ প্ৰতিযোগিতাত অংশ লৈছে কামৰূপ, বৰপেটা, নলবাৰী মৰিগাঁও, তেজপুৰ ধৰি কেইবাখনো জিলা বিদ্যালয়ৰ ছাত্র ছাত্ৰীযে আহে।